কাশ্মীৰৰ শাৰদা মন্দিৰত নৱৰাত্ৰি পূজা ঐতিহাসিক: শ্বাহ
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয় যে ১৯৪৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে এইবাৰ কাশ্মীৰৰ ঐতিহাসিক শাৰদা মন্দিৰত নৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। সোমবাৰে…
অস্তিত্বৰ সংকটত এতিয়া শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চল
–কাটি তহিলং কৰিছে কণ কণ শাল পুলিশোণিতপুৰ, ১৬ অক্টোবৰ (হি.স.)। সম্প্ৰতি অস্তিত্বৰ সংকটত পৰিছে শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চল। উল্লেখ্য যে এই বনাঞ্চলৰ খনৰ থকা শালগছসমূক এতিয়া এচাম দুষ্টচক্ৰই কাটি তহিলং…
কৰ্ণাটকত আয়কৰ বিভাগৰ অভিযানত জব্দ ৯৪ কোটি টকাৰ নগদ ধন আৰু ৮ কোটি টকাৰ গহণা
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। কৰ্ণাটক আৰু অন্যান্য ৰাজ্যৰ চৰকাৰী ঠিকাদাৰ আৰু ‘ৰিয়েল এষ্টেট’ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আয়কৰ বিভাগে জব্দ কৰিছে নগদ ৯৪ কোটি টকাৰ নগদ ধন, ৮ কোটি…
কামৰূপৰ গৰৈমাৰীত সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ কাবাদী খেলৰ সফল সামৰণি
কামৰূপ, ১৬ অক্টোবৰ (হি স)। কামৰূপৰ গৰৈমাৰীত সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ কাবাদী খেলৰ দেওবাৰে নিশা সফল সামৰণি পৰে ৷ কাবাদী খেলত ল'ৰাৰ শাখাত নগাঁও আৰু ছোৱালীৰ শাখাত নাহৰকটীয়া দলে…
শ্বেৰেবিবিত ২২৪ মিটাৰ দৈৰ্ঘ্যৰ দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ: নীতিন গাডকাৰী
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ শ্বেৰে বিবিত ২২৪ মিটাৰ দৈৰ্ঘ্যৰ দুলেনযুক্ত দলং নিৰ্মাণৰ কাম প্ৰায় ১২ কোটি টকা ব্যয়…
নলবাৰীৰ নিজ পকোৱাত ফটকা ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড, নিহত ১
নলবাৰী, ১৬ অক্টোবৰ (হি স)। পূজাৰ পূৰ্বেই নলবাৰীত আজি এক অঘটন সংঘটিত হৈছে। পুৱাই সংঘটিত এই শোকাৱহ ঘটনাই জোকাৰি গৈছে নলবাৰী। নলবাৰীৰ নিজ পকোৱাত ফটকা ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা।…
প্ৰধানমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিব গ্ল'বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণ
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মঙলবাৰে পুৱা প্ৰায় ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট(জিএমআইএছ) ২০২৩ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰিব।এই সন্মিলন ১৭ অক্টোবৰৰ পৰা…
শিৱসাগৰ পানবেছা গড়চূকত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
শিৱসাগৰ, ১৬ অক্টোবৰ (হি স)। শিৱসাগৰ জিলাৰ পানবেছা গড়চূকত যোৱা নিশা আকাশ দাস আৰু বিশ্বজিৎ বৰুৱা নামৰ প্ৰকৃতিপ্ৰেমী দুজন যুৱকে এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰে । গড়চূকৰ এজন ব্যক্তিৰ বাসগৃহৰ…
মিজোৰাম বিধানসভা নিৰ্বাচন: কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা
নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। কংগ্ৰেছে সোমবাৰে মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে ৪০খন বিধানসভা আসনৰ ভিতৰত ৩৯খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।উল্লেখযোগ্য যে ০৭ নৱেম্বৰত মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ০৩…
পাকিস্তানত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৪০ টকাকৈ হ্ৰাস
ইছলামাবাদ, ১৬ অক্টোবৰ (হি.স.)। পাকিস্তানত মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি থকা জনসাধাৰণক সকাহ দি তত্ত্বাৱধায়ক চৰকাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪০ টকা আৰু হাই-স্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৫ টকা হ্ৰাস কৰাৰ…