• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰধানমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিব গ্ল'বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণ
National

প্ৰধানমন্ত্ৰীয়ে কাইলৈ উদ্বোধন কৰিব গ্ল'বেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ তৃতীয় সংস্কৰণ

CliQ INDIA
Last updated: October 16, 2023 6:52 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মঙলবাৰে পুৱা প্ৰায় ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট(জিএমআইএছ) ২০২৩ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰিব।

এই সন্মিলন ১৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ মুম্বাইৰ এমএমআৰডিএ খেলপথাৰত অনুষ্ঠিত হ’ব । তিনিদিনীয়া এই সন্মিলনত বন্দৰসমূহৰ ভৱিষ্যতকে ধৰি সামুদ্ৰিক খণ্ডৰ মূল বিষয়সমূহৰ ওপৰত চৰ্চা আৰু আলোচনা কৰা হ’ব। এই সন্মিলনে দেশৰ সামুদ্ৰিক খণ্ডত বিনিয়োগ আকৰ্ষণ কৰিবলৈও এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিব।

এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সামুদ্ৰিক ‘নীলা’ অৰ্থনীতিৰ দীৰ্ঘম্যাদী খচৰা ‘অমৃত কাল ভিজন ২০৪৭’ উন্মোচন কৰিব। এই ভৱিষ্যৎৰ পৰিকল্পনা অনুসৰি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব আৰু ২৩ হাজাৰ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

এই সন্মিলনখন দেশৰ ভিতৰতে সৰ্ববৃহৎ সামুদ্ৰিক অনুষ্ঠান। ইয়াত ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া (মধ্য এছিয়া, মধ্যপ্ৰাচ্য আৰু বিমষ্টেক অঞ্চলকে ধৰি) দেশসমূহক প্ৰতিনিধিত্ব কৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশ্বৰ মুখ্য কাৰ্যবাহী বিষয়া, ব্যৱসায়িক নেতা, বিনিয়োগকাৰী, কাৰ্যবাহী আৰু অন্যান্য অংশীদাৰসকলেও অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ভাৰতৰ কেইবাখনো ৰাজ্যৰ মন্ত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়ে এই সন্মিলনত প্ৰতিনিধিত্ব কৰিব ।

গুজৰাটৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ টুনা টেকৰা অল ৱেদাৰ ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। এই অত্যাধুনিক গ্ৰীণফিল্ড টাৰ্মিনেলটো পিপিপি মোডত বিকশিত কৰা হ’ব। এই টাৰ্মিনেলটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ই ১৮,০০০ৰো অধিক বিশ ফুট সমতুল্য ইউনিট (টিইইউ)ৰ পৰৱৰ্তী প্ৰজন্মৰ জাহাজ পৰিচালনা কৰিব আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি)ৰ জৰিয়তে ভাৰতীয় বাণিজ্যৰ বাবে প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব। এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক খণ্ডত বিশ্বব্যাপী আৰু ৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ বাবেও ৭ লাখ কোটিতকৈ অধিক মূল্যৰ ৩০০ৰো অধিক বুজাবুজি স্মাৰক উচৰ্গা কৰিব।

উল্লেখযোগ্য যে ২০১৬ চনত মুম্বাইত প্ৰথম সামুদ্ৰিক ভাৰত সন্মিলন অনুষ্ঠিত হৈছিল। ২০২১ চনত ভাৰ্চুৱেলভাৱে অনুষ্ঠিত হৈছিল দ্বিতীয়খন সামুদ্ৰিক সন্মিলন।

হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ

You Might Also Like

চৰকাৰে ৩০০ বেটিং এপ বন্ধ কৰিলে, মুঠ ৮,৪০০ অবৈধ প্লেটফৰ্ম নিষ্ক্ৰিয়
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ভেলোৰ ভ্ৰমণ, নিৰাপত্তা ব্যৱস্থা কটকটীয়া
নিউ দিগন্তত নেভিগেট কৰা: আগালেগা দ্বীপ উন্নয়ন প্ৰকল্প
প্ৰধানমন্ত্ৰীক লৈ কৰা মন্তব্যৰ বাবে খৰ্গে আৰু ৰাহুলক সংসদত ক্ষমা খুজিবলৈ দাবী ৰিজিজুৰ
আই আই টি দিল্লী আৰু ৱাধৱানী ফাউণ্ডেচনৰ ‘প্ৰিচিচন এণ্ড পাৰ্চনেলাইজড হেল্থকেয়াৰ’ৰ উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিৱসাগৰ পানবেছা গড়চূকত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
Next Article নলবাৰীৰ নিজ পকোৱাত ফটকা ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড, নিহত ১
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?