ৰহাৰ পূব শালমৰাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ
নগাঁও, ১৫ অক্টোবৰ (হি স)। নগাঁও জিলাৰ ৰহাৰ পূব শালমৰাত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰা হৈছে। স্থানীয় যুৱক দীনেশ দাসে উদ্ধাৰ কৰে কাছটো। দেওবাৰে ৰহা বজাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত…
নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ শাৰদীয় দূৰ্গা পূজা
নলবাৰী, ১৫ অক্টোবৰ (হি স)। নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দূৰ্গা পূজা। এইবাৰ মহানৱমীৰ দিনা উচৰ্গা সহ বলি প্ৰদান কৰা হ’ব ৬১ টাকৈ ম’হ। প্ৰায়…
গৌৰীপুৰত মহালয়াৰ বিশাল সাংস্কৃতিক সন্ধিয়া
ধুবুৰী, ১৫ অক্টোবৰ (হি.স.): ধুবুৰীৰ গৌৰীপুৰত মহালয়াৰ দিনা বিশাল সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। বি পজেটিভ আৰু নূপুৰধ্বনিৰ যৌথ উদ্যগত গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত শনিবাৰে সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা…
ভেৰগাঁৱৰ ডিমাকুছিত খাদ্যত বিষক্ৰিয়া, একেটা পৰিয়ালৰ ৬ জন আক্ৰান্ত
ওদালগুৰি, ১৫ অক্টোবৰ (হি.স.): ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত যোৱাকালি শনিবাৰে আবেলি খাদ্যত বিষক্ৰিয়া ঘটি একেটা পৰিয়ালৰ ৬ জন লোক আক্ৰান্ত হয়। বিষাক্ত কাঠফুলা সেৱন কৰাৰ ফলতে গুৰুতৰভাবে অসুস্থ হৈ পৰে…
ধুবুৰী ৰেলৱে ষ্টেচনৰ পুখুৰীত পৰি ১০ বছৰীয়া শিশু সন্ধানহীন হোৱাৰ সন্দেহ
–উদ্ধাৰ অভিযান অব্যাহত ধুবুৰী, ১৫ অক্টোবৰ (হি.স.): ধুবুৰী ৰেলৱে ষ্টেচনৰ কাষতে লাগি থকা পুখুৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা খেলি থকা অৱস্থাত পুখুৰীত পৰিল সুভম ৰায় নামৰস ১০ বছৰ বয়সীয়া…