• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ইউএফএ মহিলা ইউৰো ২০২৫ : পেনাল্টি শ্বুটআউটত স্পেইনক পৰাস্ত কৰি ইংলেণ্ডে খিতাপ দখল
Sports

ইউএফএ মহিলা ইউৰো ২০২৫ : পেনাল্টি শ্বুটআউটত স্পেইনক পৰাস্ত কৰি ইংলেণ্ডে খিতাপ দখল

CliQ INDIA
Last updated: July 28, 2025 10:40 pm
CliQ INDIA
Share
2 Min Read
SHARE

বেচেল, ২৮ জুলাই (হি.স.)। ইংলেণ্ডৰ মহিলা ফুটবল দলে দেওবাৰে ইউএফএ মহিলা ইউৰো ২০২৫ৰ ফাইনেলত পেনাল্টি শ্বুটআউটত স্পেইনক ৩-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপ জয় কৰিবলৈ সক্ষম হৈছে। নিয়মীয়া সময় আৰু অতিৰিক্ত সময়ৰ পিছত ১-১ গ’লত খেলখন সমাপ্ত হয়, তাৰ পিছত পেনাল্টি শ্বুটআউটৰ জৰিয়তে সিদ্ধান্ত লোৱা হয়।

খেলখনৰ ২৫ মিনিটত অনা বাটলেৰ ক্ৰছৰ পৰা মাৰিঅ’না কেলডেণ্টেইৰ হেডাৰৰ জৰিয়তে স্পেইনে অগ্ৰগতি লাভ কৰে। এই সময়ছোৱাত ইংলেণ্ডৰ ডিফেন্সে সম্পূৰ্ণৰূপে ব্য়ৰ্থ হোৱাৰ বাবে গ’লৰক্ষক হান্না হেম্পটনে বল ৰক্ষা কৰিব নোৱাৰিলে।

দ্বিতীয়াৰ্ধত ইংলেণ্ডে উভতি আহি ৫৭ মিনিটত ক্ল’ কেলিৰ সুন্দৰ ক্ৰছৰ পৰা এলেছিয়া ৰুছ’ই হেডাৰেৰে গ’ল দি স্ক’ৰ ১-১ কৰে।

গোটেই মেচখনত স্পেইনে বলৰ দখল নিয়ন্ত্ৰণ কৰি অহৰহ হেঁচা প্ৰয়োগ কৰিছিল যদিও ইংলেণ্ডৰ শক্তিশালী ৰক্ষণাবেক্ষণৰ বাবে অতিৰিক্ত সময়লৈকে আৰু গ’ল দিব পৰা নাছিল।

পেনাল্টি শ্বুটআউটত ইংলেণ্ডে আগতীয়াকৈ আঘাতৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া কাত্য ক’লে বেথ মিডৰ কিক ৰক্ষা কৰে। কিন্তু তেতিয়া ইংলেণ্ডৰ গ’লৰক্ষক হান্না হেম্পটনে নিজৰ যাদু দেখুৱাই মাৰিয়না কেলডেণ্টে আৰু আইটানা বনমাটিৰ কিক ৰোধ কৰে।

লিয়া উইলিয়ামছনৰ কিকটো ৰক্ষা কৰি ক’লে স্পেইনৰ আশা জীয়াই ৰাখিছিল যদিও ছালমা পাৰায়ুৱেলোৱে গুৰুত্বপূৰ্ণ মুহূৰ্তত বলটো গ’লৰ বাহিৰলৈ মাৰি হতাশ কৰে।

ইয়াৰ পিছতে ২০২২ চনৰ ফাইনেলৰ নায়ক ক্ল’ কেলিয়ে পুনৰবাৰ ইতিহাসৰ আওৰাইছিল। ট্ৰেডমাৰ্ক প্ৰেন্সিং ৰান আপৰ সৈতে তেওঁ বলটো গ’লপোষ্টত আঘাত কৰিলে আৰু উদযাপনৰ বাবে সতীৰ্থসকলৰ সৈতে ইংলেণ্ডৰ অনুৰাগীৰ ফালে দৌৰি গ’ল।

মেচৰ পিছত ক্ল’ কেলিয়ে কয়, মই এই দলটোৰ বাবে অত্যন্ত গৌৰৱান্বিত, এই বেজটো পিন্ধিবলৈ পাই কৃতজ্ঞ আৰু ইংলিছ হোৱাৰ বাবে গৌৰৱান্বিত। মই একেবাৰে নিশ্চিত আছিলো যে মোৰ কিকটো নেটত যাব।

১৯৮৪ চনত উদ্বোধনী সংস্কৰণৰ পিছত ইউএফএ মহিলা ইউৰোৰ ফাইনেলত প্ৰথমবাৰৰ বাবে পেনাল্টি শ্বুটআউটৰ সিদ্ধান্ত লোৱা হৈছিল। সেই সময়ত ইংলেণ্ডে ছুইডেনৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও এইবাৰ ইংৰাজ লায়নেছে ইতিহাসৰ সৃষ্টি কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আই পি এল ২০২৪ঃ অল কেছ ট্ৰেডত মুম্বাই ইণ্ডিয়ানছলৈ ঘূৰি আহিব হাৰ্দিক পাণ্ডিয়া
উত্তেজনাৰ মাজতে পাকিস্তানৰ তিনি কোণীয় শৃংখলাৰ পৰা আঁতৰিল আফগানিস্তান
আল নাছৰৰ হাতত ৩-১ গ’লত পৰাস্ত আল খুলুড, ৰোনাল্ডো, মানে আৰু ডুৰানে দিলে গ’ল | BulletsIn
শ্ৰেয়াছ আয়াৰে আঘাতৰ আপডেট শ্বেয়াৰ কৰি কয়, “মই প্ৰতিদিনে সুস্থ অনুভৱ কৰি আছো”
ইউ এছ অ’পেন ২০২৫ৰ পৰা আঁতৰি আহিছে মেটিঅ’ বেৰেটিনি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ব’ল ব’মৰ নামত ডুমডুমাত উচ্চ প্ৰাবল্য শব্দত ক্ষুন্ন লাচিত সেনা
Next Article কন্যাৰ জন্মৰ পিছতেই সিদ্ধাৰ্থ মালহোত্ৰই সিদ্ধিবিনায়ক পালেগৈ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?