• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > ওদালগুৰিৰ টংলাৰ হাতীবন্ধাত বন্ধুৰ গুলীত আহত বন্ধু
Regional

ওদালগুৰিৰ টংলাৰ হাতীবন্ধাত বন্ধুৰ গুলীত আহত বন্ধু

CliQ INDIA
Last updated: July 21, 2025 8:33 am
CliQ INDIA
Share
1 Min Read
SHARE

ওদালগুৰি, ২০ জুলাই (হি.স.)। ওদালগুৰিৰ টংলাৰ হাতীবন্ধাত যোৱা নিশা গুলীচলনাৰ ঘটনা। গুলীৰ আঘাটত বৰ্তমান গুৰুতৰ ভাবে আহত ৰেব বড়োক টংলাৰ চিকিৎসালত ভৰ্ত্তি কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত এজন লোক আটক কৰিছে । আটক কৰা লোকজনৰ নাম গোলাপ বড়ো।

জানিব পৰা অনুসৰি গোলাপ বড়োৱে গুলী চলনা কৰিছিল।হাঁহৰ মাংস বনাই নিদিয়াৰ বাবে কাজিয়াৰ সূত্ৰপাত হয় দুই বন্ধুৰ মাজত। ফলশ্ৰুতিত, গোলাপ বড়োৱে বন্ধুক লক্ষ্য কৰি গুলী চালনা কৰে বুলি প্ৰাৰম্ভিক তথ্যত জানিবলৈ পৰা গৈছে। ঘটনাৰ বিষয়ে অবগত হই আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হই আৰু অপৰাধী গোলাপ বড়োক প্ৰহাৰ কৰি আহত কৰে। আৰক্ষী পিছত অপৰাধী গোলাপ বড়োক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰি ওডালগুৰি আৰক্ষী থানালৈ আনি সোধাপোচা কৰাৰ অন্তত চিকিতসালয়ত ভৰ্তি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

বিভিন্ন স্থানৰ বনভোজদল সমূহেৰে উথপথপ উজনি অসমৰ মনোমোহা বনভোজস্থলী গাভৰু দলং
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনত খুন্দা গঁড়ৰ
লংকা-নখুটী সংযোগী পথৰ জুঠাবস্তিত ড্ৰাগছসহ আটক এজন
শিক্ষক দিৱসত মুখ্যমন্ত্ৰীৰ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনত সপ্ত শক্তি সংগম অনুষ্ঠান অনুষ্ঠিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বন্ধ কৰা হৈছে নক্সাল ফ্ৰণ্টত পোষ্ট কৰা নিৰাপত্তাৰক্ষীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
Next Article আমেৰিকাৰ গলফাৰ স্কটি শ্বেফলাৰৰ প্ৰথম ব্ৰিটিছ অ’পেন খিতাপ অৰ্জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?