কামৰূপ, ১১ ডিচেম্বৰ (হি.স.)। ৰঙিয়াত মৃতদেহ উদ্ধাৰ৷ আজি ৰঙিয়াৰ ষ্টেচন ৰোডত এটি মৃতদেহ উদ্ধাৰ হয় । ৰঙিয়া জংচনৰ মুখ্যদ্বাৰৰ কাষত পুৱা ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে ।
ৰেলৱে আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । প্ৰায় ৫০ বছৰৰ মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
