• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > সৰুপথাৰ সম জিলাৰ অন্তৰ্গত বৰপথাৰৰ গেলাবিলত অঘটন
Regional

সৰুপথাৰ সম জিলাৰ অন্তৰ্গত বৰপথাৰৰ গেলাবিলত অঘটন

CliQ INDIA
Last updated: June 22, 2025 1:31 pm
CliQ INDIA
Share
1 Min Read
SHARE

গোলাঘাট, ২২ জুন (হি.স.): সৰুপথাৰ সম জিলাৰ অন্তৰ্গত বৰপথাৰৰ গেলাবিলত এক অঘটন সংঘটিত হৈছে। গেলাবিল গাওঁ পঞ্চায়তৰ অন্তৰ্গত লাংঠাজানত সন্ধানহীন হৈছে এজন ২৮ বছৰীয়া যুৱক। শুক্ৰবাৰে দিনৰ প্ৰায় ১২ বজাত সাঁতুৰি জান পাৰ হৈ পথাৰলৈ বুলি অহাৰ পিছতেই সন্ধানহীন হৈ আছে অমৰজ্যোতি তপ’ নামৰ ওপৰলাংঠা গাঁৱৰ যুৱকজন।

ইতিমধ্যে কালিৰে পৰা এনডিআৰএফ বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই যুৱকজনৰ। আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে আন এক তথ্য। উক্ত গাঁৱৰ মধ্যত থকা লাংঠাজান পাৰ হ’বৰ বাবে ছাত্ৰ-ছাত্ৰী তথা গাওঁবাসীয়ে ব্যৱহাৰ কৰে মাত্ৰ এডাল বাঁহৰ সাঁকো। উপযুক্ত দলঙৰ সুব্যৱস্থা নথকাৰ বাবেই ইয়াৰ পূৰ্বেও উক্ত জান পাৰ হওঁতে কেইবাটাও অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে বুলি জানিবলৈ দিছে স্থানীয় লোকসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

কংগ্ৰেছৰ মুখত ৰাৱন,বকাসুৰ , নৰকাসুৰ আদিৰ নামহে শোভা পায়ঃ ৰণজিৎ কুমাৰ দাস
মৈৰাবাৰীৰ দলৈগাঁৱত এজন যুৱকক হত্যা কৰা ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
নৱবৰ্ষৰ প্ৰথম দিনটোতে হাউলীত চুৰিকাণ্ডৰ ঘটনা
দুলীয়াজানৰ ৩ নং চপাতলী গাওঁত দুৰ্বল দলঙেৰে ৰাইজৰ যাতায়ত
বঙাইগাঁও জিলাৰ স্বাস্থ্য খণ্ডৰ চিকিৎসালয়ত নিশা হ’লে ম’বাইলৰ ফ্লাছ লাইটেই শেষ ভৰসা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আজিৰে পৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ
Next Article বাঁহৰ সামগ্ৰীৰ অচিলা লৈ বাৰ্মিজ সুপাৰি সৰবৰাহ মাফিয়াৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?