• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > নলবাৰীত আৰম্ভ সামূহিক বিবাহ উদযাপনৰ ব্যাপক প্ৰস্তুতি
Regional

নলবাৰীত আৰম্ভ সামূহিক বিবাহ উদযাপনৰ ব্যাপক প্ৰস্তুতি

CliQ INDIA
Last updated: October 26, 2025 6:05 pm
CliQ INDIA
Share
1 Min Read
SHARE

নলবাৰী, ২৬ অক্টোবৰ (হি.স.): নলবাৰী জিলাৰ সমূহ আৰ্থিকভাৱে দূৰ্ব্বল পৰিয়ালৰ বিবাহযোগ্য প্ৰাৰ্থিক সামূহিক বিবাহ অনুষ্ঠানৰ অংশীদাৰ হোৱাৰ বাবে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা আবেদনৰ আহ্বান জনাইছে । আৰ্থিক সঁকাহ প্ৰদানৰ উদ্দেশ্যে তথা সামাজিক সম্প্ৰীতি আৰু সংস্কৃতি সংৰক্ষণৰ অৰ্থে বৈদিক ৰীতি-নীতিৰে সামূহিক বিবাহৰ আয়োজন কৰা হৈছে নলবাৰীত।

এই বিশেষ কাৰ্যসূচী শ্ৰীশ্ৰী হৰিমন্দিৰ, নলবাৰীৰ প্ৰাংগনত আগন্তুক ৯২ সংখ্যাক ৰাস মহোৎৱ শেষ হোৱাৰ লগে লগে ১৮ নৱেম্বৰৰ দিনাখন অনুষ্ঠিত কৰা হ’ব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূ্হৰ সকলো ইচ্ছুক বিবাহোপযুক্ত যুৱক-যুৱতীক আগন্তুক ৩০ অক্টোবৰৰ ভিতৰত জিলা আয়ুক্তলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা এই পদক্ষেপে দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীৰ লোকসকলক নিশ্চিতভাৱে উপকৃত কৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

যোৰহাটৰ অৱসৰ প্ৰাপ্ত কৃষি বিষয়াৰ নামত ভুৱা নিযুক্তি : তিনিজনৰ বিৰুদ্ধে এজাহাৰ
কাকজানত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন
কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত অবৈধ ভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাক জব্দ
মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন
তামুলপুৰত ট্ৰাইবেল জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ জোঁৰ সমদল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পাঁচ বছৰৰ বিৰতিৰ অন্তত আজিৰে পৰা পুনৰ ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা
Next Article ৰাঁচী ভ্ৰমণ কৰা দেশ-বিদেশৰ খেলুৱৈসকলে ভাগ-বতৰা কৰিলে তেওঁলোকৰ জীৱন আৰু সংগ্ৰামৰ কাহিনী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?