ওদালগুৰি, ২৫ অক্টোবৰ (হি.স.): ওদালগুৰি জিলাৰ গোৰেশ্বৰৰ গাছবাৰীত মঙলবাৰে সন্ধিয়া বিজয় দশমী উপলক্ষে ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ৭৪ সংখ্যক গাছবাৰী কেন্দ্ৰীয় দূৰ্গা পূজা উদযাপন কৰা হয়।পূজাস্থলীত প্ৰতিদনে প্ৰদৰ্শন কৰা হৈছে বভিন্ন নাগাৰা নামৰ লগতে বিভিন্ন কাৰ্যসূচী। ইপিনে আজি বিজয়া দশমী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ অন্তত ৰাৱণ দাহন কাৰ্যসূচীৰে সামৰণী পৰে অনুষ্ঠানৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
