ওদালগুৰি, ১৬ ছেপ্টেম্বৰ (হি.স.): ওদালগুৰিত যোৱা কালি সোমবাৰে সন্ধিয়া অসম আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত হয়। ওদালগুৰিৰ জ্য়েষ্ঠ আৰক্ষী কাৰ্যলয়ত উপস্থিত হৈ জিলা খনৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে বৈঠকত মিলিত সঞ্চালক প্ৰধান গৰাকী।
অসমৰ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে সঞ্চালক প্ৰধান গৰাকীয়ে এইদৰে তামুলপুৰ আৰু ওদালগুৰি জিলা পৰ্যাবেক্ষণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
