• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > অষ্ট্ৰেলিয়াৰ কিংবদন্তি জে ষ্টেচি বেদান্ত কলিংগা লেন্সাৰছৰ মুখ্য প্ৰশিক্ষক নিযুক্ত
Sports

অষ্ট্ৰেলিয়াৰ কিংবদন্তি জে ষ্টেচি বেদান্ত কলিংগা লেন্সাৰছৰ মুখ্য প্ৰশিক্ষক নিযুক্ত

CliQ INDIA
Last updated: September 17, 2025 1:51 am
CliQ INDIA
Share
2 Min Read
SHARE

– ষ্টেচীয়ে অষ্ট্ৰেলিয়াৰ হৈ ৩২১খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল আৰু চাৰিখন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল

ভুৱনেশ্বৰ, ১৬ ছেপ্টেম্বৰ (হি.স.)। আগন্তুক হিৰো হকী ইণ্ডিয়া লীগ ছিজনৰ পূৰ্বে বেদান্ত কলিংগা লেন্সাৰ্ছে অষ্ট্ৰেলিয়াৰ হকী মহান জে ষ্টেচীক দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে । যোৱা ছিজনত দলটোক নেতৃত্ব দিয়া জাৰ্মান প্ৰশিক্ষক ভেলেন্টিন আলটেনবাৰ্গৰ ঠাইত তেওঁ অংশগ্ৰহণ কৰিব।

চাৰিখন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা আৰু অষ্ট্ৰেলিয়াৰ হৈ অভিলেখ সৃষ্টিকাৰী ৩২১খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ষ্টেচীয়ে খেলুৱৈ আৰু প্ৰশিক্ষক দুয়োটা ভূমিকাতে বিস্তৃত অভিজ্ঞতাৰে পুষ্ট। অষ্ট্ৰেলিয়াৰ হৈ তিনিটা অলিম্পিক পদক লাভ কৰে (১৯৯২ চনত বাৰ্চিলোনাত ৰূপ, ১৯৯৬ চনত আটলান্টা আৰু ২০০০ চনত ছিডনীত ব্ৰঞ্জৰ পদক)। ইয়াৰ উপৰিও তেওঁ ১৯৯৮ চনৰ কমনৱেলথ গেমছ (কুৱালালামপুৰ) আৰু ১৯৯৯ চনৰ চেম্পিয়নছ ট্ৰফীতো সোণৰ পদক লাভ কৰে। ১৯৯৯ চনত তেওঁ এফ আই এইচৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত হয়। ২০০০ চনত অষ্ট্ৰেলিয়াৰ সৰ্বাধিক কেপিং খেলুৱৈ হিচাপে ষ্টেচীয়ে অৱসৰ গ্ৰহণ কৰে।

প্ৰশিক্ষক জীৱনত তেওঁ অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড আৰু বেলজিয়ামত ক্লাব আৰু ঘৰুৱা পৰ্যায়ত কাম কৰি আহিছে। ইয়াৰ উপৰিও ২০১৬ আৰু ২০১৭ চনত হকী ইণ্ডিয়া লীগৰ মুম্বাই ফ্ৰেঞ্চাইজিৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বও আছিল। ২০২২ চনৰ পৰা তেওঁ অষ্ট্ৰেলিয়াৰ জুনিয়ৰ দলৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা পালন কৰিছিল।

বেদান্ত এলুমিনিয়ামৰ চিইঅ’ ৰাজীৱ কুমাৰে কয় যে জে ষ্টেচীয়ে নিজৰ কেৰিয়াৰত উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় হকীৰ অন্যতম সন্মানীয় নাম। তেওঁৰ নেতৃত্বত আমাৰ দলটোৱে নিশ্চিতভাৱে নতুন উচ্চতাত উপনীত হ’ব আৰু খিতাপ জয় কৰাৰ লগতে খেলুৱৈসকলক উৎকৃষ্ট কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰাৰ আমাৰ লক্ষ্য বাস্তৱায়িত কৰিব।

নিযুক্তিৰ বাবে সুখ প্ৰকাশ কৰি জে ষ্টেচীয়ে কয় যে বেদান্ত কলিংগ লেন্সাৰ্ছৰ সৈতে নতুন অধ্যায় আৰম্ভ কৰিবলৈ পাই মই উচ্ছ্বসিত আৰু হকী ইণ্ডিয়া লীগলৈ ঘূৰি আহিবলৈ পাই ৰোমাঞ্চিত হৈছো। যোৱাবাৰ এই লীগে মোক প্ৰশিক্ষক হিচাপে বহু কথা শিকাইছিল আৰু মই নিশ্চিত যে এই অভিজ্ঞতাও সমানেই বিশেষ হ’ব। ভাৰতলৈ উভতি আহি ইমান ডাঙৰ ফ্ৰেঞ্চাইজিৰ সৈতে কাম কৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। এই সুযোগৰ বাবে বেদান্ত কলিংগৰ প্ৰতি কৃতজ্ঞতা আৰু এক ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে আগ্ৰহী।

বেদান্ত কলিংগা লেন্সাৰ্ছে দলটোক শক্তিশালী কৰি উৎকৃষ্ট নেতৃত্ব প্ৰদান কৰাৰ বাবে প্ৰাক্তন প্ৰশিক্ষক ভেলেন্টিন আলটেনবাৰ্গক ধন্যবাদ জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ভাৰতীয় ক্ৰিকেটৰ পৰা চেতেশ্বৰ পূজাৰাৰ অৱসৰ, ছচিয়েল মিডিয়াত লিখিছে আৱেগিক পোষ্ট
এছিয়ান গেমছ ২০২৬ আৰু অন্যান্য ইভেণ্টৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্বাচনৰ মাপকাঠী প্ৰকাশ
আই পি এল ২০২৬ ট্ৰেড আপডেট: কেইবাজনো প্ৰবীণ খেলুৱৈৰ দল সলনি, কোনে ক’ত খেলিব জানি লওক
ভাৰতৰ বিৰুদ্ধে কেপ টাউন টেষ্টৰ পৰা বাহিৰ আঘাতপ্ৰাপ্ত টেম্বা বাভুমা
উইম্বলডন ২০২৫: ডিমিট্ৰ’ভৰ অসুস্থতাৰ ফলত কোৱাৰ্টাৰ ফাইনেল পালে জানিক ছিনাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ওদালগুৰিত উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান
Next Article ‘গুস্তাখ ইছকৰ প্ৰথমটো ৰোমান্টিক ট্ৰেক ‘উল জালুল ইছক’ মুক্তি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?