• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > দ্বিতীয় ১৯ বছৰ অনুৰ্ধ যুৱ টেষ্টঃ মালহোত্ৰাৰ শতক সত্ত্বেও ইংলেণ্ডৰ আধিপত্য বিস্তাৰ, বেকফুটত ভাৰত
Sports

দ্বিতীয় ১৯ বছৰ অনুৰ্ধ যুৱ টেষ্টঃ মালহোত্ৰাৰ শতক সত্ত্বেও ইংলেণ্ডৰ আধিপত্য বিস্তাৰ, বেকফুটত ভাৰত

CliQ INDIA
Last updated: July 23, 2025 10:25 pm
CliQ INDIA
Share
2 Min Read
SHARE

ৱৰ্চেষ্টাৰ, ২৩ জুলাই (হি.স.)। ভাৰতৰ যুৱ বেটছমেন বিহান মালহোত্ৰাই এক সুন্দৰ শতক (১২০ ৰান, ১২৩ বল) অৰ্জন কৰে যদিও ইংলেণ্ডৰ বাওঁহাতৰ স্পিনাৰ ৰালফী এলবাৰ্ট (৬/৫৩)ৰ মাৰাত্মক বলিঙৰ সন্মুখত ভাৰতৰ ইনিংছটো কাৰ্ডৰ পেকৰ দৰে ভাঙি পৰে। ১৯ বছৰ অনুৰ্ধৰ দ্বিতীয়খন যুৱ টেষ্ট খেলৰ তৃতীয় দিনৰ শেষৰ ফালে ইংলেণ্ডে শক্তিশালী অগ্ৰগতি লাভ কৰিছে।

দ্বিতীয় উইকেটৰ বাবে ১৩৩ ৰানৰ দ্ৰুত অংশীদাৰিত্বৰে ভাৰতক শক্তিশালী স্থানত ৰাখিলে মালহোত্ৰা আৰু আয়ুষ ম্হাত্ৰে (৮০ ৰান, ৯০ বল)। সেই সময়ত ভাৰতৰ স্ক’ৰ আছিল ১৭০/১ আৰু এনে লাগিছিল যে দলটোৱে প্ৰথম ইনিংছত ডাঙৰ অগ্ৰগতি লাভ কৰিব পাৰে। কিন্তু ম্হাত্ৰে আউট হোৱাৰ লগে লগে ইংলেণ্ডে মেচখনত উভতি আহে আৰু ভাৰতৰ ইনিংছ ২৭৯ ৰানলৈ হ্ৰাস পায়।

প্ৰথম ইনিংছত ইংলেণ্ডৰ ৩০৯ ৰান সংগ্ৰহৰ বিপৰীতে ৩০ ৰান পিছ পৰি ভাৰতে এই গুৰুত্বপূৰ্ণ অগ্ৰগতি হেৰুৱাই পেলায়। ইয়াৰ পিছত ইংলেণ্ডে দ্বিতীয় ইনিংছত কোনো ধৰণৰ আউট় নোহোৱাকৈ ৯৩ ৰান সংগ্ৰহ কৰি মুঠ অগ্ৰগতি ১২৩ ৰানলৈ পৰিণত হৈছে।

দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বেটছমেন এডাম থমাছ (৫০*) আৰু বি জে ডকিন্স (৪২*) অপৰাজিত হোৱাৰ লগতে দলটোৰ অৱস্থা শক্তিশালী অৱস্থাত আছে।

ভাৰতৰ হৈ পঞ্চম উইকেটৰ বাবে হৰবংশ পাংগলিয়া (২৮ ৰান) আৰু মালহোত্ৰাই ৬১ ৰান সংযোজন কৰে যদিও ইয়াৰ পাছত আলবাৰ্টে ভাৰতীয় ইনিংছ ধ্বংস কৰে। মাত্ৰ ৩৭ ৰানত শেষৰ ছটা উইকেট হেৰুৱাই ভাৰতে।

চমু নম্বৰ:

ইংলেণ্ড অনূৰ্ধ্ব-১৯: ৩০৯ অল আউট আৰু ৯৩/০ (২৫ অভাৰত)

ভাৰত অনূৰ্ধ্ব-১৯: ২৭৯ অল আউট (৫৮.১ অভাৰত)

(বিহান মালহোত্ৰা ১২০, আয়ুষ ম্হাত্ৰে ৮০; ৰালফী এলবাৰ্ট ৬/৫৩)

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বাকী থকা মেচসমূহৰ পৰা বাহিৰ মিচেল ওৱেন
ইউ এছ অ’পেনৰ প্ৰথম ৰাউণ্ডতে বাহিৰ ভেনাছ উইলিয়ামছ, কেৰ’লিনা মুচ’ভাৰ হাতত পৰাজিত
ডুপ্লাণ্টিছ আৰু মেকলাঘলিন-লেভৰনলৈ বছৰৰ শ্ৰেষ্ঠ বিশ্ব খেলুৱৈৰ সন্মান লাভ
হংকং অ’পেনঃ কোৱাৰ্টাৰ ফাইনেলত সাতৱিক-চিৰাগ, প্ৰণয়ৰ বিৰুদ্ধে ছেন
খেলৰ সময়ত আঘাতৰ বাবে আৰ্চেনালৰ প্ৰাক্তন যুৱ খেলুৱৈ বিলি ভিগাৰৰ মৃত্যু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article যোৰহাটৰ নাজিৰ আলিৰ এঘৰত অগ্নিকাণ্ড
Next Article মনোজ বাজপেয়ী আৰু ৰাম গোপাল বৰ্মাৰ যুটিয়ে ‘পুলিচ ষ্টেচন মে ভূত’ৰ জৰিয়তে হাঁহিৰ ৰেঙণি যোগ কৰিবলৈ সাজু হৈছে
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?