• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বোকাজানৰ আমৰাজানত মৰ্মান্তিক ঘটনা – HindusthanSamachar Assamese
Regional

বোকাজানৰ আমৰাজানত মৰ্মান্তিক ঘটনা – HindusthanSamachar Assamese

CliQ INDIA
Last updated: June 24, 2025 8:50 pm
CliQ INDIA
Share
1 Min Read
SHARE

কাৰ্বি আংলং, ২৪ জুন (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানৰ আমৰাজানত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এগৰাকী ছবছৰীয়া কন্যা সন্তানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এটা শুকান পকী কুঁৱাত ।

ঘটনা অনুসৰি দেৱবাৰ পৰা অমৰাজান অঞ্চলৰ সুনিতা কুৰ্তি নামৰ মহিলগৰাকীয়ে তেওঁৰ ছবছৰীয়া কন্যা সন্তান নিৰুদ্দেশ হৈ থকাৰ অভিযোগ বোকাজান আৰক্ষী থানাত দাখিল কৰে। বোকাজান আৰক্ষীয়ে নিৰুদ্ধেশ অভিযোগ পোৱাৰ লগে লগে আৰক্ষীৰ এটা বৃহৎ দলে সেই অঞ্চলত অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে কণমানিজনীৰ নিৰুদ্দেশৰ তদন্ত চলাই থকা কালছোৱাতেই ঘৰৰ ওচৰৰ এঘৰ মানুহৰ চোতালত থকা এটা শুকান কুঁৱাত কালি বিয়লি সন্দেহ হোৱাত ভালদৰে চোৱাত কুঁৱাৰ ভিতৰত কণমানিজনীৰ মৃতদেহ আৰক্ষীয়ে প্ৰত্যক্ষ কৰে।

পৰবৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হয়। আনহাতে এই ঘটনাটোৰ লগত জড়িত থকা বুলি আৰক্ষী আৰু স্থানীয় ৰাইজৰ সন্দেহ হোৱা কণমানিজনীৰ ঘৰৰ কাষতেই থকা আন এঘৰত ভাৰাতীয়া হিচাবে থকা ৰঞ্জিত বসুমতাৰী ওৰফে (বাবু)নামৰ যুৱক জনক আৰক্ষী আৰু স্থানীয় ৰাইজে সোধ-পোচৰ চেষ্টা চলাওতেই সকলোৰে চকুত ধূলি দি সেই অঞ্চলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

বৰ্তমান আৰক্ষী আৰু স্থানীয় ৰাইজে কণমানিজনীৰ হত্যাৰ লগত জড়িত থকা বুলি সন্দেহ কৰা পলাতক ৰঞ্জিত বসুমতাৰী ওৰফে (বাবু) ক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ সময়লৈকে হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ জালত দূৰ্ধৰ্ষ কেএলঅ’ -কেএন কেডাৰ
চাংসাৰিত দুৰ্ঘটনাত পতিত বাইক আৰোহী
ধুবুৰীৰ নিউ পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, দুজন আহত
গোলাঘাটত বলীয়া কুকুৰৰ সন্ত্ৰাস | BulletsIn
তামুলপুৰ জিলা প্ৰশাসনৰ সুধাকণ্ঠক স্মৰণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আজি পাটনাত শক্তি খণ্ডৰ ক্ষেত্ৰিয় সন্মিলন
Next Article আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত জিলিকিল সৰুপথাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?