মৰিগাঁও, ১৪ ফেব্ৰুৱাৰী : মৰিগাঁও কোমোৰাগুৰিত অঘটন। কুৱাত পৰি আবদ্ধ এজন বয়োজ্যেষ্ঠ ব্যক্তি। কুৱাত পৰি আবদ্ধ ব্যক্তিজনৰ নাম খৰ্গেস্বৰ নাথ। আজি পুৱা প্ৰায় ১০ বজাত ঘৰৰ শৌচাগাৰৰ পিছপিনৰ এটা কুৱাত পৰে ব্যক্তিজন।
বৰ্তমান এছ ডি আৰ এফ আৰু ৰাইজে যুটীয়া ভাৱে উদ্ধাৰ অভিযান চলাই ব্যক্তিজনক কুৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
