• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি তামুলপুৰত এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণৰ যো-জা
Regional

লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি তামুলপুৰত এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণৰ যো-জা

CliQ INDIA
Last updated: November 5, 2025 9:07 am
CliQ INDIA
Share
2 Min Read
SHARE

তামুলপুৰ, ০৪ নৱেম্বৰ (হি.স.)। এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আত্মনিৰ্ভৰশীল ভাৰত আৰু ভাৰতৰ লৌহ মানৱ, জাতীয়তাবাদী নেতা, স্বাধীনতা আন্দোলনৰ এজন অন্যতম প্ৰতিষ্ঠাপক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বৰ্ষীয় জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি তামুলপুৰ জিলা প্ৰশাসনে এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণৰ যো-জা চলোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে তামুলপুৰৰ আৱৰ্ত ভৱনত এখন সংবাদমেল সম্বোধন কৰি কয় যে- ১৮ নৱেম্বৰৰ আগে আগে জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ লগতে ১৮ নৱেম্বৰত শেষ হোৱাকৈ জিলা ভিত্তিক এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ অধীনত উপকৃত হ’বলৈ সক্ষম হৈছিল, সেই শিক্ষানুষ্ঠান সমূহত চৰ্দাৰ বল্লভভাই পেটেল আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ ওপৰত একোখনকৈ ছেমিনাৰৰ আয়োজন কৰা হৈছে। ইয়াৰ উপৰি ১৮ নৱেম্বৰৰ পুৱা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা এক বিশেষ পদযাত্ৰা আৰম্ভ কৰা হব।

উক্ত পদযাত্ৰাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু কিছুমান বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থাও থাকিব। উক্ত পদযাত্ৰাত তামুলপুৰৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিৰ শিল্পী সকলক পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে উক্ত দিনজোৰা কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীৰ তথা সমূহ ৰাইজক অংশগ্ৰহণ কৰি কাৰ্যসূচী সমূহ সাফল্যমণ্ডিত কৰি তুলিবলৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে।

আজিৰ সংবাদমেলত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু, অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰ, ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত কবিতা ফাংছ’, অৰুণিমা কাকতিকে আদি কৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

You Might Also Like

নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা আৰম্ভ শাৰদীয় দূৰ্গা পূজা
গহপুৰৰ পুৰুপবাৰীত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন আহত
ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সম্পন্ন কুন বোকাতোৰ চেম্পিয়নশ্বিপ ২০২৫
অভয়াপুৰী পৌৰসভাৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে তিনিদিনীয়া ভোগালী উৎসৱৰ আয়োজন
গুৱাহাটী মহানগৰীত বাহৰ পাতি ৰাজ্যত জাল পেলাইছে বহিঃৰাজ্যৰ মানৱ সৰবৰাহকাৰীয়ে, নলবাৰীৰ যুৱতীক অপহৰণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিক্ষাৰ ব্যৱহাৰ কৰি অভাৱগ্ৰস্ত লোকৰ সেৱা আৰু ৰাষ্ট্ৰ গঢ়িব লাগেঃ মুৰ্মু
Next Article অতি সোনকালে ক্রিষ্টিয়ানো ৰোনাল্ডোৰ অৱসৰ গ্ৰহণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?