• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিটিচিত বিপিএফ দলৰ চৰকাৰলৈ আদৰণি আক্ৰাছুৰ
Regional

বিটিচিত বিপিএফ দলৰ চৰকাৰলৈ আদৰণি আক্ৰাছুৰ

CliQ INDIA
Last updated: September 30, 2025 2:31 am
CliQ INDIA
Share
2 Min Read
SHARE

-কোচৰাজবংশী জনগোষ্ঠীৰ এজন মনোনীত সদস্য প্ৰদানৰ দাবী

কোকৰাঝাৰ, ২৯ ছেপ্টেম্বৰ (হি.স.)। বিটিচিত নৱগঠিত বিপিএফ দলৰ চৰকাৰলৈ আদৰণি জনাইছে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা চমুমুকৈ আক্ৰাছুৱে। বিটিচি নিৰ্বাচনত ২৮ খনকৈ আসন লাভ কৰি বিপিএফ দলে চৰকাৰ গঠনৰ বাবে সকলো আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ছোৱাতে বিটিচিৰ পৰিষদীয় চৰকাৰত এগৰাকী কোচৰাজবংশী সম্প্ৰদায়ৰ মনোনীত সদস্য প্ৰদানৰ দাবী তুলিছে সদৌ কোচৰাজবংশী ছাত্ৰ সন্হা চমুকৈ আক্ৰাছুই ৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত আক্ৰাছুৰ সভাপতি দ্বিপেন ৰায়ে এক সংবাদমেল সম্বোৰ্ধন কৰি বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ চৰকাৰত এজনো কোচ ৰাজবংশী সম্প্ৰদায়ৰ নিৰ্বাচিত প্ৰতিনিধি নথকা বা বিপিএফে জনগোষ্ঠেটোৰ এজনো প্ৰাৰ্থীত্ব নিদিয়াৰ উল্লেখ কৰি বিপিএফ দলৰ চৰকাৰখনত এজন সু-যোগ্য কোচৰাজবংশী জনগোষ্ঠীৰ নেতাক মনোনীত সদস্য পদ দিয়াৰ দাৱী উত্থাপন কৰিছে ৷ সংবাদমেলত আক্ৰাছুই উক্ত মনোনীত পাৰিষদ জনক কাৰ্যবাহী সদস্যৰ পদ দিয়াৰো আহ্বান জনাইছে ৷ লগতে আক্ৰাছুৱে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ চৰকাৰক আদৰণি জনাই বিপিএফ দলে কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত পূৰ্ৱৰ যি স্থিতি তাত এইবাৰো অটল থাকিৱ বুলি আশা ব্যক্ত কৰে ৷

সংবাদমেলত আক্ৰাছুৱে অসম সন্তান তথা শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোক প্ৰকাশ কৰি জুবিন গাৰ্গৰ ৰহস্য জনক মৃত্যুক অসম চৰকাৰে সঠিক তদন্ত কৰি অসম বাসীক ন্যায় দিয়াৰ দাবী উত্থাপন কৰে৷ আজিৰ সংবাদমেলত আক্ৰাছুৰ উপদেষ্টা বিশ্বজিৎ বৰ্মণ, কাৰ্যকৰী সভাপতি মুকুল কৃঞ্চ বৰ্মণ আৰু সম্পাদক হেমন্ত বৰ্মণ উপস্থিত আছিল৷

—————

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

You Might Also Like

ধুমুহাই তচ নচ কৰিলে কলাইগাঁৱৰ নিকটৱৰ্তী নেওগ পাৰাৰ মাজগাঁৱৰ কেইবাটাও বাসগৃহ
ধিঙত বনৰীয়া হাতীৰ উপদ্ৰৱ – HindusthanSamachar Assamese
সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলডজাৰ
দিল্লীৰ গণৰাজ্য দিৱস অনুষ্ঠানলৈ আমন্ত্ৰিত বজালীৰ এগৰাকী গাঁৱলীয়া বোৱাৰী-গো পালক
বিটিচিৰ পঞ্চম সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মেঘালয়ত জব্দ ২.৫ কোটি টকাৰ হেৰ’ইন, আটক ২
Next Article ডেনিছ গনেজডিলভৰ দুটা বিশ্ব অভিলেখৰে এফ৪০ শ্বট পুটত জয়লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?