
কোকৰাঝাৰ, ১৯ অক্টোবৰ (হি.স.): কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত মঞ্চেৰগাঁওষ্ঠিত বড়োলেণ্ড এগ্ৰ অৰ্গেনিক কৃষক উৎপাদক কোম্পানীৰ খেতিপথাৰত যোৱাকালি আবেলি কাতি বিহু উদযাপন আৰু আকাশ বন্তি প্ৰজ্বলন কৰা হয়।
জিলা কৃষি বিভাগৰ বিষয়া দিগন্ত থাপা আৰু বহু কেইগৰাকী কৃষি বিষয়া আৰু অঞ্চলৰ কৃষকসকলৰ উপস্থিতিত উদযাপন কৰা হয় কাটি বিহু।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
