• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > কা বাতিলৰ দাবীত ডিমুত এজেৱাইচিপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
Regional

কা বাতিলৰ দাবীত ডিমুত এজেৱাইচিপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

CliQ INDIA
Last updated: September 5, 2025 11:38 pm
CliQ INDIA
Share
1 Min Read
SHARE

কামৰূপ, ০৫ ছেপ্টেম্বৰ (হি.স.): নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিলৰ দাবীত ডিমুত যোৱা কালি বৃহস্পতিবাৰে আবেলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এজেৱাইচিপি)-এ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে। কা বাতিলৰ দাবীত পুনৰ ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ।

কামৰূপৰ ডিমূত অসম জাতী়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া শাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কা আমি নামানো, অতিশীঘ্ৰে কা বাতিল কৰক, অমিত শ্বাহ হুছিয়াৰ শ্লোগানৰে উত্তাল প্ৰতিবাদ কৰিছিল ছাত্ৰ সংগঠনটোৰ কৰ্মী সকলে। এই কাৰ্য্যসূচীৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
শিলচৰৰ ৰাধামাধৱ কলেজত ছাত্রীক এচিড আক্ৰমণৰ অভিযোগত আটক ১ — উত্তপ্ত পৰিস্থিতি
ৰূপহীহাট আৰক্ষীৰ চোৰাং গৰুৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান | BulletsIn
৪,৫ নৱেম্বৰত বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল
চাপৰত পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে পথচাৰী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইতিহাসৰ পাতত ০৬ ছেপ্টেম্বৰঃ ১৯৬৫ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত ভাৰতীয় সেনাই চলাইছিল বৃহৎ আক্ৰমণ
Next Article লিয়নেল মেছিৰ দুটা গ’লৰ ফলত আৰ্জেণ্টিনাৰ ভেনিজুৱেলাক ৩-০ গ’লত পৰাজিত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?