• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ব্য়াপক নিৰাপত্তা ব্যৱস্থাৰ মাজত মিজোৰামত ভোটগ্ৰহণ আৰম্ভ
National

ব্য়াপক নিৰাপত্তা ব্যৱস্থাৰ মাজত মিজোৰামত ভোটগ্ৰহণ আৰম্ভ

CliQ INDIA
Last updated: November 7, 2023 3:30 pm
CliQ INDIA
Share
2 Min Read
SHARE

আইজল, ০৭ নৱেম্বৰ (হি.স.)। ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজতে মঙলবাৰে পুৱা ৮ বজাত ৪০ জনীয়া মিজোৰাম বিধানসভাৰ ভোটগ্ৰহণ আৰম্ভ হয়। শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

– মিজোৰাম বিধানসভা নিৰ্বাচন ২০২৩

মিজোৰামৰ সকলো ৪০ খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে। মুঠ ১৭৪ জন প্ৰাৰ্থী ৪০ খন আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মিজোৰাম বিধানসভা নিৰ্বাচনত ৮.৫৭ লাখতকৈও অধিক ভোটাৰে প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব। মিজোৰামৰ ১,২৭৬ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়া আবেলি ৪ বজালৈকে চলিব। মুঠ ১৭৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে। সকলো প্ৰাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলোকে ব্যক্তিগত সুৰক্ষা বিষয়া (পিএছঅ’) প্ৰদান কৰা হৈছে। সমগ্ৰ ৰাজ্যখনত মিজোৰামৰ মুঠ ১,৮৩১ জন অসামৰিক আৰক্ষী বিষয়াৰ লগতে ২,৫২৭ জন বিশেষ সশস্ত্ৰ আৰক্ষী বাহিনীৰ (এছএপিএফ) জোৱান আৰু ২,৭০০ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) জোৱান মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও, মিজোৰাম ৰিজাৰ্ভ হোম গাৰ্ডছৰ (এমআৰএইচজি) অতিৰিক্ত ১৬০ জন কৰ্মচাৰী নিয়োজিত কৰা হৈছে। এনেদৰে ৭,২০০ জন নিৰাপত্তা বাহিনীৰ জোৱান নিয়োজনৰ খবৰ আৰক্ষীয়ে জনায়।

ভোটকেন্দ্ৰৰ দায়িত্ব, খণ্ড আৰক্ষী বিষয়া, নাকা (চেকপইণ্ট), আন্তঃৰাজ্যিক সীমান্ত পৰীক্ষা চকী, স্থিৰ নিৰীক্ষণ দল, ফ্লাইং স্কোৱাড, ই ভি এম গাৰ্ড, চুপাৰভাইজাৰ নিৰাপত্তা, প্ৰাৰ্থীৰ নিৰাপত্তা, চিএপিএফ/চিএপিএফ নিৰাপত্তা আৰু অন্যান্য আৰক্ষী থানা মোতায়েন কৰা হ’ব বুলি আৰক্ষীয়ে জনায়। এছ.এ.পি.এফ. লিয়াজন বিষয়া, কুইক ৰেচপন্স টিম (কিউ.আৰ.টি.), জিলা ষ্ট্ৰাইকিং ফ’ৰ্চ, নিয়ন্ত্ৰণ কক্ষ ৰ অভিযান, এলেকা আধিপত্য, জিলা নিৰ্বাচন কোষ, পি.এইচ.কিউ. নিৰ্বাচন কোষ, ৰিজাৰ্ভ ফ’ৰ্চ, বাহন সুৰক্ষা, প্ৰেৰণ আৰু প্ৰাপ্তকেন্দ্ৰৰ নিৰাপত্তা, আঞ্চলিক বিষয়া, আৰু অন্যান্য বিভিন্ন সংস্থা যেনে সীমান্ত চিলিং কে ধৰি বিভিন্ন কাৰ্যসৃষ্টি কৰা হৈছে।

মিজোৰাম আৰক্ষীয়ে ৰাজ্য়খনৰ জনসাধাৰণক ভোটদান প্ৰক্ৰিয়াৰ সময়ত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ মিজোৰামৰ নাগৰিকসকলক দায়িত্বশীল নাগৰিকত্ব পালন কৰি ভোট দান কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/অৰৱিন্দ/মনোজ

You Might Also Like

ছিকিমৰ পৰা উভতিল দালাই লামা, পশ্চিম বংগৰ ছালুগড়াত ধৰ্মীয় প্ৰচাৰ কাৰ্যসূচীত কৰিব অংশগ্ৰহণ
বিজেপিৰ প্ৰচাৰৰ নতুন শৈলী – মোডী, শ্বাহ আৰু নড্ডাৰ দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ
এদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰীত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ভৱনত ৰাজাজী উৎসৱ ঘোষণা কৰিলে, ঔপনিৱেশিক যুগৰ প্ৰতীকৰ ঠাইত চি. ৰাজাগোপালাচাৰীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব
CBI-এ ২,৯২৯ কোটি টকাৰ RCom জালিয়াতি গোচৰত অনিল আম্বানীক জেৰা কৰিলে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গিনি কাৰাগাৰত বন্দুকধাৰীৰ গুলীচালনাত ৯ জন নিহত
Next Article ধুবুৰীৰ ঝগৰাৰপাৰ তৃতীয় খণ্ডত সন্দেহজনক ব্ৰাউন চুগাৰৰ বুজন পৰিমাণৰ টেমা, নগদ ধন জব্দ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?