• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ২০ অক্টোবৰ :১৯৬২ চনত ভাৰতৰ ওপৰত চীনৰ আক্ৰমণ
National

ইতিহাসৰ পাতত ২০ অক্টোবৰ :১৯৬২ চনত ভাৰতৰ ওপৰত চীনৰ আক্ৰমণ

CliQ INDIA
Last updated: October 19, 2025 1:25 pm
CliQ INDIA
Share
5 Min Read
SHARE

আজিৰ দিনটোতে ভাৰত আৰু চীনৰ মাজত সীমান্তৰ উত্তেজনা বৃদ্ধি পাই যুদ্ধলৈ পৰিণত হয়। চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)য়ে আকস্মিক আক্ৰমণ চলাই অৰুণাচল প্ৰদেশ (তেতিয়াৰ উত্তৰ-পূব সীমান্ত অঞ্চল) আৰু লাডাখৰ মাজেৰে ভাৰতৰ ভূখণ্ডত অনুপ্ৰৱেশৰ চেষ্টা চলায়। এই যুদ্ধ মূলতঃ আক্সাই চিন আৰু অৰুণাচল প্ৰদেশ সীমান্ত (মেকমেহন লাইন)ক লৈ হোৱা বিবাদৰ পৰাই উদ্ভৱ হৈছিল।

১৯৬২ চনৰ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সংঘৰ্ষত এমাহৰো অধিক সময় ধৰি ভাৰতৰ যথেষ্ট লোকচান হয়। অৰুণাচল প্ৰদেশৰ টাৱাং আৰু ৱালং আদি অঞ্চলত চীনা সেনাই অনুপ্ৰৱেশ কৰে আৰু ১৯৬২ চনৰ ২০ নৱেম্বৰত চীনে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে।

এই যুদ্ধখন ভাৰতৰ ইতিহাসৰ অন্যতম বৃহৎ প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়, যিয়ে দেশৰ প্ৰতিৰক্ষা নীতি আৰু সামৰিক গাঁথনি সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰে। ইয়াৰ পাছত ভাৰতে সীমান্তৰ নিৰাপত্তা সুদৃঢ় কৰিবলৈ বৃহৎ প্ৰতিৰক্ষা সংস্কাৰ ৰূপায়ণ কৰে।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা-

১৫৬৮ – আকবৰে চিত্তৌৰগড় আক্ৰমণ কৰে।

১৭৪০ – মাৰিয়া থেৰেছা অষ্ট্ৰিয়া, হাংগেৰী আৰু বোহেমিয়াৰ শাসক হয়।

১৭৭৪ – কলকাতা (তেতিয়াৰ কলিকতা) ভাৰতৰ ৰাজধানী হয়।

১৮০৩ – আমেৰিকাৰ চেনেটে ফ্ৰান্সৰ পৰা লুইজিয়ানা টেৰিটৰী ক্ৰয় কৰাত অনুমোদন জনায়, যাৰ ফলত আমেৰিকাৰ আকাৰ দুগুণ হয়।

১৮২২ – আজিৰ দিনটোতে লণ্ডন ছাণ্ডে টাইমছৰ প্ৰথম সংখ্যা প্ৰকাশ হয়।

১৮৮০ – আমষ্টাৰডামৰ মুক্ত বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।

১৯০৪ – চিলি আৰু বলিভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰে।

১৯০৫ – ৰাছিয়াত ১১ দিনীয়া ঐতিহাসিক ধৰ্মঘট আৰম্ভ হয়।

১৯৪৬ – ভিয়েটনামৰ ডেম’ক্ৰেটিক ৰিপাব্লিকান চৰকাৰে ২০ অক্টোবৰক ভিয়েটনামী মহিলা দিৱস হিচাপে ঘোষণা কৰে।

১৯৪৭ – আমেৰিকা আৰু পাকিস্তানে প্ৰথমবাৰৰ বাবে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে।

১৯৬২ – চীনে ভাৰত আক্ৰমণ কৰি অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰে।

১৯৬৩ – দক্ষিণ আফ্ৰিকাত নেলছন মেণ্ডেলা আৰু আন আঠজনৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হয়।

১৯৭০ – ছৈয়দ বাৰে ছোমালিয়াক সমাজবাদী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে।

১৯৯১ – ভাৰতৰ উত্তৰকাশীত ৬.৮ প্ৰাবল্যৰ ভূমিকম্পত ১০০০ৰো অধিক লোকৰ মৃত্যু হয়।

১৯৯৫ – ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বিশেষ সোণালী জয়ন্তী অধিৱেশন আৰম্ভ হয়।

১৯৯৫ – শ্ৰীলংকাৰ ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি শ্বাৰজাহ কাপৰ ফাইনেল ট্ৰফী লাভ কৰে।

১৯৯৮ – মালদ্বীপৰ ৰাষ্ট্ৰপতি আব্দুল গায়ুম পঞ্চমবাৰৰ বাবে পুনৰ নিৰ্বাচিত হয়।

২০০৩ – মাদাৰ টেৰেছাই ৰোমান কেথলিক গীৰ্জাৰ সৰ্বোচ্চ কৰ্তৃত্বশীল পোপ জন পল দ্বিতীয়ৰ আশীৰ্বাদ লাভ কৰে।

২০০৩ – বলিভিয়াৰ ৰাষ্ট্ৰপতি ছানচেজৰ পদত্যাগ গ্ৰহণ কৰা হয় আৰু নতুন ৰাষ্ট্ৰপতি কাৰ্লোছ মেছাই নিজৰ মন্ত্ৰীসভা ঘোষণা কৰে।

২০০৩ – ছয়ুজে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ সৈতে ডক কৰে।

২০০৪ – বাংলাদেশত তিনিজন প্ৰাক্তন সেনা বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

২০০৪ – এলান হলিংহাৰ্ষ্টে ব্ৰিটেইনৰ সন্মানীয় সাহিত্য বঁটা লাভ কৰে।

২০০৭ – আলী লাৰিজানীৰ পদত্যাগৰ পিছত ইৰাণৰ উপ-বিদেশমন্ত্ৰী ছাইদ জালালি নতুন মুখ্য পাৰমাণৱিক আলোচনাপন্থী হিচাপে পৰিগণিত হয়।

২০০৭ – আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে ম্যানমাৰৰ সামৰিক শাসকৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ঘোষণা কৰে।

২০০৮ – আৰ বি আইয়ে ৰেপোৰ হাৰ এক শতাংশ হ্ৰাস কৰে।

২০১১ – লিবিয়াত ৪০ বছৰ শাসন কৰা একনায়কত্ববাদী মহম্মদ গাদ্দাফি গৃহযুদ্ধত নিহত হয়।

জন্ম –

১৭৮৪ – ভিছকাউন্ট পামৰষ্টন – ১৯ শতিকাৰ মাজভাগত দুবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা এজন ব্ৰিটিছ ৰাজনীতিবিদ।

১৮৫৫ – আজিৰ দিনটোতে গোবৰ্ধনৰাম মাধৱৰাম ত্ৰিপাঠী – গল্পকাৰ, কবি, চিন্তাবিদ, সমালোচক, জীৱনীকাৰ, আৰু আধুনিক গুজৰাটী সাহিত্যৰ ইতিহাসবিদ।

১৯২০ – সিদ্ধাৰ্থ শংকৰ ৰায় – পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা।

১৯২৩ – ভি. এছ অচ্যুতানন্দন- ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)ৰ ৰাজনীতিজ্ঞ, কেৰালাৰ একাদশ মুখ্যমন্ত্ৰী।

১৯২৭ – আজিৰ দিনটোতে গুন্টুৰু শেষেন্দ্ৰ শৰ্মা – তেলেগু কবি, সমালোচক, আৰু সাহিত্যিক।

১৯৩০ – লীলা ছেঠ – ভাৰতৰ প্ৰথম মহিলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।

১৯৪০ – ধনী ৰাম শাণ্ডিল – ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।

১৯৪৭ – মেনুৱেল ফ্ৰেডেৰিক – ভাৰতীয় হকী খেলুৱৈ।

১৯৫৩ – কিৰণ কুমাৰ – ভাৰতীয় অভিনেতা।

১৯৫৭ – কুমাৰ চানু – ভাৰতীয় চিনেমাৰ অন্যতম বিখ্যাত আৰু সফল প্লেবেক গায়ক।

১৯৬৩ – নৱজোত সিং সিদ্ধু – ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ।

১৯৬৬ – বিক্ৰম ঘোষ – কিংবদন্তি শাস্ত্ৰীয় তবলাবাদক।

১৯৬৯ – সুদৰ্শন ভগত নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী।

১৯৭৮ – বীৰেন্দ্ৰ ছেহৱাগ – আগ্ৰাসী বেটিঙৰ সৈতে প্ৰখ্যাত ভাৰতীয় ক্ৰিকেটাৰ।

১৯৮৮ – কৃষ্ণপ্পা গৌতম – ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ।

মৃত্যু-

১৯৬৪ – এইচ চি দাসপ্পা – ভাৰতৰ অন্যতম বিপ্লৱী।

১৯৮২ চন – নিৰঞ্জন নাথ ৱাঞ্চু – জ্যেষ্ঠ প্ৰশাসনিক বিষয়া তথা কেৰালা আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।

২০১১ – মোৱাম্মৰ গাদ্দাফি – লিবিয়াৰ একনায়কত্ববাদী।

২০১৯ – দাদু চৌগুলে দত্তত্ৰেয় – ভাৰতৰ অন্যতম প্ৰখ্যাত মল্লযুঁজাৰু।

গুৰুত্বপূৰ্ণ অনুষ্ঠান-

বিশ্ব অষ্টিঅ’পৰ’ছিছ দিৱস

বিশ্ব পৰিসংখ্যা দিৱস

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

মণিপুৰত কেচিপিৰ চাৰিজন কেডাৰ আৰু সহযোগী গ্ৰেপ্তাৰ, গোলাবাৰুদ উদ্ধাৰ
পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ এটা ঘৰত বিস্ফোৰণ, তিনিজন নিহত | BulletsIn
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ মুকলি জল শক্তি হেকাথন আৰু ভাৰত-উইন পৰ্টেল
আজি ৰুদ্ৰপুৰত উত্তৰাখণ্ড বিনিয়োগ উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ
সৰ্বানন্দ সোণোৱালৰ লাল কৃষ্ণ আদৱানীক সাক্ষাৎ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭ ঘণ্টাৰ পাছত অগ্নিকাণ্ড নিয়ন্ত্ৰণ, গভীৰ নিশা পুনৰ বিমান সেৱা আৰম্ভ
Next Article ৰূপহীহাটৰ কাৰীয়ানা দলংপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?