• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > লাহোৰৰ বায়ুৰ গুণাগুণ পাকিস্তানৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ
International

লাহোৰৰ বায়ুৰ গুণাগুণ পাকিস্তানৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ

CliQ INDIA
Last updated: November 5, 2025 5:55 am
CliQ INDIA
Share
1 Min Read
SHARE

লাহোৰ, ০৪ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বিপজ্জনক মাত্ৰাৰ ধোঁৱাৰ ফলত বায়ুৰ গুণাগুণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে লাহোৰ।

চৰকাৰী প্ৰতিবেদন অনুসৰি লাহোৰৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৭৯ত উপনীত হোৱাৰ বিপৰীতে ল’ৱাৰ মল অঞ্চলত ৭৪৩টা হৈছে। ইয়াৰ ফলত পুনৰবাৰ পাকিস্তানৰ আটাইতকৈ বায়ু প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে। পঞ্জাৱৰ আন আন চহৰসমূহেও তীব্ৰ বায়ু প্ৰদূষণৰ সৈতে যুঁজি আছে। গুজৰাণৱালাৰ একুই ২৮০, মুলতানৰ ২১০, ছিয়ালকোটৰ ১৮৪ আৰু ফৈছালাবাদৰ একুই ২৫১ চিহ্নিত হয়।

পঞ্জাৱ চৰকাৰ আৰু পৰিবেশ বিভাগে পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। কেইবাটাও প্ৰদূষণকাৰী উদ্যোগিক ইউনিট বন্ধ কৰি দিয়া হৈছে আৰু কাৰখানাসমূহ ছীল কৰা হৈছে। বিষয়াসকলৰ মতে, ৪১টা আধুনিক বায়ুৰ গুণাগুণ নিৰীক্ষণ ব্যৱস্থা সক্ৰিয় কৰা হৈছে। ড্ৰ’ন স্কোয়াড নিয়োগ কৰা হৈছে আৰু ধোঁৱামুক্ত অঞ্চল স্থাপন কৰা হৈছে।

পঞ্জাৱৰ জ্যেষ্ঠ মন্ত্ৰী মৰিয়াম ঔৰংজেবে আশ্বাস দিছে যে চৰকাৰে বহনক্ষম ব্যৱস্থাৰ জৰিয়তে ধোঁৱা স্থায়ীভাৱে নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

মন কৰিবলগীয়া যে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰৰ পৰা লাহোৰত বৰষুণৰ সম্ভাৱনা আছে, যাৰ ফলত ধোঁৱাৰ মাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

গাজাৰ আল শ্বিফা হাস্পতালৰ বেছমেণ্টত ইজৰাইলৰ সেনাৰ প্ৰৱেশ
বাথটাবত মৃত অৱস্থাত উদ্ধাৰ আমেৰিকাৰ জনপ্ৰিয় অভিনেতা মেথিউ পেৰী
আমেৰিকাৰ আক্ৰমণত ইৰাণৰ ফৰ্ডো পাৰমাণৱিক কেন্দ্ৰৰ কোনো ক্ষতি নোহোৱাৰ দাবী তেহৰাণ টাইমছৰ
আমেৰিকাৰ চিইঅ’ৰ এইচ-১বি কাৰ্যসূচীক “কেলেংকাৰী” বুলি অভিহিত, কয়-ভাৰতীয় শ্ৰমিকসকলো শোষণৰ বলি
ড’নাল্ড ট্ৰাম্পৰ ইৰাণ আক্ৰমণৰ সতৰ্কবাণীয়ে মধ্য প্ৰাচ্যৰ ব্যাপক উত্তেজনাৰ আশংকা বৃদ্ধি কৰিছে।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অলংকাৰ বজাৰত উৰ্ধগামী ধাৰা, সোণৰ বাঢ়িল চমক
Next Article ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বাৰ্তালাপত জয়শংকৰৰ গাজাৰ শান্তি পৰিকল্পনাক সমৰ্থন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?