• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Crime > খটখটি আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী
Crime

খটখটি আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী

CliQ INDIA
Last updated: October 21, 2023 2:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

কাৰ্বি আংলং, ২১ অক্টোবৰ (হি.স.): কাৰ্বি আংলং জিলাৰ খটখটি আৰক্ষীয়ে নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। যোৱাকালি শুকুৰবাৰে সন্ধিয়া পুনৰ খটখটি আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী।

খটখটি আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত ডিমাপুৰৰ দিশৰ পৰা অহা এআৰ ০২ আৰ ২০৭৭ নম্বৰৰ এখন নৈশ বাছত যাত্ৰীৰূপে অহা এজন যুৱকৰ বেগত আৰক্ষীয়ে উদ্ধাৰ কৰে এই ড্ৰাগছখিনি। খটখটি আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ বেগৰ পৰা দহটা প্লাষ্টিকৰ চাবোনৰ বাকচত মুঠ ১২৮ গ্ৰাম হেৰ’ইন জব্দ কৰে। ড্ৰাগছসহ আৰক্ষীয়ে তেজপুৰ বিশ্বনাথ চাৰিআলীৰ প্ৰদীপ শৰ্মা নামৰ এজনক যুৱকক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

You Might Also Like

ৰঙিয়া আৰক্ষীৰ অভিযানত ১৪ কেজি আফিং সহ দুজনক গ্ৰেপ্তাৰ
গৌৰীপুৰ সুখাতিখাতাত নাবালিকাক প্ৰেমৰ ছলনাৰে পলুৱাই নিলে এগৰাকী যুৱকে | BulletsIn
চামগুৰিত দিন দুপৰতে চুৰি কাণ্ড
আগমন্দিয়াত এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক
হোজাই আৰক্ষীৰ জালত এটা কুখ্যাত চোৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আই এছ এল : আয়োজক কেৰালা ব্লাষ্টাৰছ আৰু নৰ্থইষ্ট ইউনাইটেডৰ মাজত মুখামুখি
Next Article কাটাৰৰ মধ্যস্থতাত হামাছৰ আমেৰিকান মহিলা আৰু তেওঁৰ কন্যাক মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?