• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জয়পুৰৰ এছএমএছ হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহৰ দুখ প্ৰকাশ
National

জয়পুৰৰ এছএমএছ হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহৰ দুখ প্ৰকাশ

CliQ INDIA
Last updated: October 7, 2025 6:40 am
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ০৬ অক্টোবৰ (হি.স.)। ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হৈ কেইবাজনো লোকৰ মৃত্যুক লৈ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দুখ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এছএমএছত প্ৰকাশ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ খবৰটো গভীৰভাৱে দুখজনক। আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি এক্স যোগে কয়, জয়পুৰৰ সাৱাই মানসিংহ চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ড মৰ্মান্তিক। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত ৰোগীসকলৰ সুৰক্ষা, চিকিৎসা, আৰু যত্ন লোৱাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ ট্ৰমা চেণ্টাৰ অৱ ছাৱাই মানসিং (এছ এম এছ) হাস্পতালৰ আই চি ইউত দেওবাৰে গভীৰ নিশা সংঘটিত হোৱা অগ্নিকাণ্ডত ৭ জন ৰোগীৰ মৃত্যু হয়। নিহত সকল হৈছে পিন্টু (চিকাৰ), দিলীপ (অন্ধি, জয়পুৰ), শ্ৰীনাথ (ভাৰতপুৰ), ৰুকমণি (ভাৰতপুৰ), কুশমা (ভাৰতপুৰ), সৰ্বেশ (আগ্ৰা, উত্তৰ প্ৰদেশ) আৰু বাহাদুৰ (সংগানেৰ, জয়পুৰ)।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মিছন গগন যান: ২১ অক্টোবৰত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন
আৰ এছ এছৰ দৰে প্ৰতিষ্ঠিত সংস্থা এটাৰ পৰা মই শিকিলোঁ জীৱনৰ সাৰমৰ্ম : পি এম মোডী | BulletsIn
হিমাচল প্ৰদেশৰ মাণ্ডিত পথাৰত বাগৰিল এইছআৰটিচি বাছ, এজনৰ মৃত্যু, কেইবাজনো আহত
আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ‘মহামান্য’ৰ কৰ্মৰাজি, বিজেপিৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি
কোকৰাঝাৰ-গেলেফু নতুন ৰে’ল লাইনসহ ভাৰত-ভূটানৰ দুটা নতুন ৰে’ল সংযোগ প্ৰকল্পৰ চুক্তিত স্বাক্ষৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অহা বছৰৰ ৫ মাৰ্চত নেপালৰ সাধাৰণ নিৰ্বাচন, নিৰ্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
Next Article অৰুণাচলৰ ডং ভেলীত প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?