• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > অহা বছৰৰ ৫ মাৰ্চত নেপালৰ সাধাৰণ নিৰ্বাচন, নিৰ্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
International

অহা বছৰৰ ৫ মাৰ্চত নেপালৰ সাধাৰণ নিৰ্বাচন, নিৰ্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী

CliQ INDIA
Last updated: October 7, 2025 6:31 am
CliQ INDIA
Share
1 Min Read
SHARE

কাঠমাণ্ডু, ০৬ অক্টোবৰ (হি.স.)। নিৰ্বাচন আয়োগে সোমবাৰে নেপালত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । অহা বছৰৰ ৫ মাৰ্চত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। আনহাতে, আৰু ৬ মাৰ্চৰ পৰা ভোট গণনা আৰম্ভ হ’ব। ভোট গণনা সম্পূৰ্ণ হ’লেই আৰম্ভ হ’ব চৰকাৰ গঠন প্ৰক্ৰিয়া।

নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰি নিৰ্বাচন আয়োগে কয় যে ২০২৬ চনৰ ৫ মাৰ্চৰ পুৱা ৭:০০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব, আৰু সন্ধিয়া ৭:০০ বজালৈকে চলিব। সেইদিনা সন্ধিয়া সকলো বেলট বাকচ সংগ্ৰহ কৰা হ’ব, আৰু পিছদিনা পুৱা ৬ মাৰ্চ, ২০২৬ তাৰিখে ভোট গণনা আৰম্ভ হ’ব। নিৰ্বাচন আয়োগৰ মতে ৰাজনৈতিক দল পঞ্জীয়নৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ। নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নকৰা দলসমূহে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি আয়োগে স্পষ্ট কৰি দিয়ে।

আয়োগৰ তথ্য অনুসৰি অহা ২ আৰু ৩ জানুৱাৰীত প্ৰাৰ্থীৰ তালিকা দাখিল কৰা হ’ব। নেপালৰ মিশ্ৰিত নিৰ্বাচনী ব্যৱস্থাত প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে ১৬৫ জন প্ৰাৰ্থী নিৰ্বাচন কৰা হয়, আনহাতে ১১০ জন সদস্যক আনুপাতিক ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। আয়োগে প্ৰাৰ্থীৰ মনোনয়নৰ দিন হিচাপে ১৪ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছে। একেদৰে নিৰ্বাচনী প্ৰচাৰৰ সময় ১৫ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ ধাৰ্য কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ৰাজনৈতিক আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ গ্ৰহণ পাকিস্তানৰ টিটিএপিৰ
পাকিস্তানঃ নিৰ্বাচনী ৰিগিঙৰ আমোলাৰ অভিযোগৰ তদন্তৰ বাবে ইচিপি গঠন সমিতি, তিনিদিনৰ ভিতৰত প্ৰতিবেদন
ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত নেপালৰ ৭টা ঘাইপথ অৱৰুদ্ধ
বাংলাদেশত ডেংগুৰ প্ৰাদুৰ্ভাৱ অব্যাহত, বিগত ২৪ ঘন্টাত ২০০ জন ৰোগীক ভৰ্তি
নাইজেৰিয়াত খ্ৰীষ্টান ধৰ্ম বিপদত – ট্ৰাম্পৰ দাবী, বিশেষ নিৰীক্ষণৰ নিৰ্দেশ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ষ্টক মাৰ্কেটত সমতল মুকলি হোৱাৰ পিছত এমপিকে ষ্টীলছৰ শ্বেয়াৰৰ উৰ্ধগামী স্থিতি
Next Article জয়পুৰৰ এছএমএছ হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী শ্বাহৰ দুখ প্ৰকাশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?