মৰিগাঁও, ২৮ অক্টোবৰ (হি.স.): মৰিগাঁৱৰ মৈৰাবাৰীৰ বন্ধন বেংকত যোৱাকালি সন্ধিয়া এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। বেংকটোত থকা জেনেৰেটৰ বিসংগতি হৈ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটো সংগঠিত হৈছে।
মৈৰাবাৰী অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন ও লোক অগ্নি নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। অগ্নিকাণ্ডত ক্ষয় ক্ষতিৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
