• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > স্পেইনৰ প্ৰবীণ ডিফেণ্ডাৰ জৰ্ডি আলবাৰ ছিজনৰ শেষত পেছাদাৰী ফুটবলৰ পৰা অৱসৰ
Sports

স্পেইনৰ প্ৰবীণ ডিফেণ্ডাৰ জৰ্ডি আলবাৰ ছিজনৰ শেষত পেছাদাৰী ফুটবলৰ পৰা অৱসৰ

CliQ INDIA
Last updated: October 8, 2025 9:35 pm
CliQ INDIA
Share
2 Min Read
SHARE

মিয়ামি, ০৮ অক্টোবৰ (হি.স.)। বাৰ্চিলোনা আৰু স্পেইনৰ জাতীয় দলৰ প্ৰবীণ ডিফেণ্ডাৰ জৰ্ডি আলবাই চলিত ছিজনৰ শেষত পেছাদাৰী ফুটবলৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা কৰিছে।

স্পেনিছ বাওঁ বেক আলবাই ২০২৩ চনৰ পৰা মেজৰ লীগ ছকাৰ দল ইণ্টাৰ মিয়ামিৰ হৈ খেলি আহিছে।এই সময়ছোৱাত তেওঁ ক্লাবটোৰ হৈ ১৪টা গ’ল আৰু ৩৮টা এছিষ্টৰ অভিলেখ গঢ়িছে। তেওঁৰ অৱদানে ইণ্টাৰ মিয়ামীয়ে লীগছ কাপ আৰু ছাপ’ৰ্টাৰ্ছ শ্বিল্ডৰ দৰে খিতাপ দখল কৰাত সহায় কৰিছে।

ক্লাবৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত আলবাই কয় যে এইটো এটা সচেতন সিদ্ধান্ত যিটো মই বহুদিনৰ পৰা বিবেচনা কৰি আহিছো।মই অনুভৱ কৰোঁ যে পেছাদাৰী ফুটবলৰ ইমান বছৰ ধৰি দাবীৰ পিছত নতুন ব্যক্তিগত অধ্যায় আৰম্ভ কৰাৰ লগতে পৰিয়ালৰ সৈতে সময় কটাবলৈ এতিয়াই উপযুক্ত সময়।

তেওঁ লগতে কয়, ইণ্টাৰ মিয়ামীত মোৰ সময়খিনিৰ বাবে মই অত্যন্ত সুখী আৰু অনুৰাগীৰ সমৰ্থনৰ বাবে কৃতজ্ঞ। দলটোৰ সফলতাৰ অংশ হোৱাটো আৰু ক্লাবৰ অগ্ৰগতিৰ সৈতে জড়িত হোৱাটো এক সন্মানৰ কথা। এতিয়া মোৰ লক্ষ্য হৈছে ছিজনটো সম্ভৱপৰ উত্তম ধৰণেৰে সমাপ্ত কৰা আৰু প্লে অফত দলটোক মোৰ সকলোখিনি দিয়া।

আলবাই ভেলেন্সিয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ বাৰ্চিলোনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। বাৰ্চিলোনাৰ সৈতে তেওঁ ছটা লা লিগা খিতাপ, কেইবাটাও ঘৰুৱা কাপ, ইউএফএ চেম্পিয়নছ লীগ, আৰু ফিফা ক্লাব বিশ্বকাপ জয় কৰে।

স্পেইনৰ জাতীয় দলৰ সৈতে তেওঁ ২০১২ চনৰ ইউএফএ ইউৰোপিয়ান চেম্পিয়নশ্বিপ আৰু ২০২২-২৩ ইউএফএ নেচনছ লীগ জয় কৰে।

জোৰ্ডি আলবাৰ কেৰিয়াৰ চমুকৈ:

ক্লাব: বাৰ্চিলোনা, ভেলেন্সিয়া, ইণ্টাৰ মিয়ামি।

মূল কৃতিত্ব: ৬টা লা লিগা খিতাপ, ১টা চেম্পিয়নছ লীগ, ১টা ফিফা ক্লাব বিশ্বকাপ।

আন্তঃৰাষ্ট্ৰীয় খিতাপ: ইউৰো ২০১২, নেচনছ লীগ ২০২২-২৩।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

৬ জানুৱাৰীত বেছামাৰীত নৈশ ফুটবল খেলৰ আয়োজন
থাইলেণ্ড অ’পেনত জয়লাভ কৰাৰ পাছতে পুৰুষৰ ডাবলছত শীৰ্ষস্থান দখল কৰিছে সাতৱিক-চিৰাগে | BulletsIn
মহিলা কেৰিবিয়ান প্ৰিমিয়াৰ লীগলৈ ঘূৰি আহিব শ্ৰেয়াংকা পাটিল আৰু শিখা পাণ্ডে
আইএছএল-নৰ্থ-ইষ্টৰ বিৰুদ্ধে নতুন আৰম্ভণি কৰিব বিচাৰি জামছেদপুৰ
হেৰী ব্ৰুকে দ্বিতীয় দ্ৰুততম টি-২০ বিশ্বকাপ শতক অৰ্জন কৰিলে, যাৰ ফলত ইংলেণ্ড একেৰাহে পঞ্চমখন ছেমিফাইনেলত উপনীত হ’ল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ হঠাতে একমাত্ৰ যাত্ৰীবাহী ৰে’ল বাতিল কৰাত ৰাইজৰ হাৰাশাস্তি
Next Article পুনৰ বিবাহ পাশত আৱদ্ধ অভিনেত্ৰী ছাৰা খান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?