গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাৰদীয় দুৰ্গোৎসৱৰ আজি সপ্তমী পূজা উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে এই শুভ অনুষ্ঠানত তেওঁ মাতৃ তামৰেশ্বৰীৰ আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ প্ৰাৰ্থনা কৰে যে দেৱীয়ে সকলো অপশক্তি ধ্বংস কৰি ৰাজ্যখনক সুন্দৰ আৰু সমৃদ্ধিশালী কৰি ৰাখক।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
