• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > চম্পাৱতী জলপ্ৰপাতত পৰ্যটকৰ ভিৰ
Regional

চম্পাৱতী জলপ্ৰপাতত পৰ্যটকৰ ভিৰ

CliQ INDIA
Last updated: June 30, 2025 3:15 pm
CliQ INDIA
Share
1 Min Read
SHARE

নগাঁও, ৩০ জুন (হি.স.): নগাঁও জিলাৰ চাপানলাস্হিত চম্পাৱতী জলপ্ৰপাতত দেখা গৈছে পৰ্যটকৰ ভিৰ। কাৰ্বি আংলং পৰ্বতৰ উত্তৰ পূৱ দিশৰ পৰা অহা এটি জলধাৰা হ’ল চম্পাৱতী জলপ্ৰপাত। পাহাৰ আৰু সেউজীয়া বনাঞ্চলৰে ঘেৰা প্ৰকৃতি প্ৰেমীসকলৰ বনভোজ আৰু পৰ্যটনৰ অন্যতম স্থান হৈছে চম্পাৱতী জলপ্ৰপাত।

চম্পাৱতী জলপ্ৰপাতৰ আছে এটি সুন্দৰ কাহিনী। হংসধ্বজ ৰজাৰ কন্যা আছিল চম্পাৱতী। চম্পাৱতীয়ে মাঘী সপ্তমীৰ দিনা এই অন্তিম কুণ্ডত স্নান কৰিছিল আৰু সেইদিনাৰ পৰাই লোক বিশ্বাস যে চম্পাৱতী কুণ্ডত স্নান কৰিলে পুণ্য হয় লগতে বেমাৰ ব্যাধি দূৰ হয়। মাঘী সপ্তমীৰ পিছদিনা ইয়াত এক মহা কুণ্ড মেলাও আয়োজন হয়। সেউজ পাহাৰ, চৰাই চিৰিকটিৰ কিৰিলি, সৌন্দৰ্য আৰু নিৰিৱিলিয়ে বহি:জিলা আৰু বহি:ৰাজ্যৰ বনভোজ দলক আকৃষ্ট কৰে এই স্থানে। বনভোজ, প্ৰকৃতি আৰু নিৰিবিলি পৰিৱেশৰ কাৰণে বহু পৰ্যটক আহে এই স্থানলৈ । বৰ্তমান বনভোজৰ বতৰ নহয় যদিও গৰমৰ পৰা ক্ষন্তেকীয়া পৰিত্ৰাণ পাবলৈ ইয়ালৈ বহু পৰ্যটকৰ ভিৰ দেখা যায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰীৰ গোঁসাইগাঁৱৰ হিন্দীভাষী লোকসকলৰ সৈতে মত-বিনিময় সভা
ৰূপহীহাটত ধুমুহাৰ তাণ্ডৱ
মৰাণৰ এগৰাকী অসমীয়া যুৱক এতিয়া ব্যস্ত দেৱী প্ৰতিমা নিৰ্মাণত | BulletsIn
বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা
অসম গ্ৰামীণ বিকাশ বেঙ্কৰ বিষয়া সন্থা আৰু কৰ্মচাৰী সন্থাৰ উদ্যোগত মহিলা অধিৱেশন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article খাণ্ডৱাত আজি জল গংগা সংবৰ্ধন অভিযানৰ সামৰণি অনুষ্ঠান, ভাৰ্চুৱেলি ভাষণ দিব প্ৰধানমন্ত্ৰী মোডী
Next Article লেণ্ডো ন’ৰিছৰ অষ্ট্ৰিয়াৰ গ্ৰা প্ৰি জয়লাভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?