শোণিতপুৰ ৰঙাপৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰঙাপৰাত শোণিতপুৰৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
আকৌ এবাৰ মোদী চৰকাৰ গীতত মুখ্যমন্ত্ৰীয়ে কৰিলে নৃত্য। অহা ১৯ তাৰিখে ৰঙাপৰা বাসী ৰাইজক বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
