নগাঁও, ১০ মাৰ্চ : অহা ১৪ মাৰ্চ বৃহস্পতিবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱা ভ্ৰমণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাৰীৰ এই ভ্ৰমণকলৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ । ট
দেশৰ গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ বুজ ল’বলৈ অহাকাইলৈ গুৰু জনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হ’ব ৰাজ্যৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কালি বিয়লি নগাঁও বটদ্ৰৱাৰ মাননীয় বিধায়ক ৰূপক শৰ্মাই বটদ্ৰৱা থানত উপস্থিত হৈ সাংবাদিকৰ আগত প্ৰকাশ কৰে এই কথা ।
