শিৱসাগৰ, ২১ জুলাই (হি.স.)। অসমৰ আহোম জনগোষ্ঠীৰ অন্যতম শক্তিশালী সংগঠন টাই আহোম যুৱ পৰিষদৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক পংকজ বৰগোঁহাইৰ পৰলোক।
ডিমৌৰ জনতা পথৰ নিবাসী বৰগোহাঁই দীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল আৰু পৰিয়ালৰ লোকে আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাইছিল। চিকিৎসালয়তে তেওঁৰ মৃত্যু ঘটে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
