• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বিটিচি মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ মুকলি কৰিলে কাৰ্য্যবাহী সদস্য উইলছন হাছদাৰ ব্যক্তিগত কাৰ্যালয়
Regional

বিটিচি মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ মুকলি কৰিলে কাৰ্য্যবাহী সদস্য উইলছন হাছদাৰ ব্যক্তিগত কাৰ্যালয়

CliQ INDIA
Last updated: October 22, 2023 5:26 pm
CliQ INDIA
Share
2 Min Read
SHARE

কোকৰাঝাৰ, ২২ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ বতৰত আনন্দ-উল্লাস, ৰাইজৰ উছাহ-উদ্দীপনাৰ সময়তে শনিবাৰে বিয়লি বিটিচিৰ সদৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সদৰ চহৰত কাৰ্যবাহী সদস্য উইলছন হাছদাৰ ব্যক্তিগত কাৰ্যলয় উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ গোসাঁইগাঁও সদৰ চহৰৰ দলগাঁও পথত শাসকীয় দলৰ কাৰ্যবাহী সদস্যৰ প্ৰথমটো কাৰ্যলয় উদ্বোধন কৰি বিটিআৰৰ বাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ উদ্বোধনী অনুষ্ঠানত তেখেতে শান্তি শৃংখলাৰ মাজেৰে তথা উচাহ উদ্দীপনাৰে সকলোৱে যাতে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰিব পাৰে তাৰে কামনা কৰিছে।

গোসাইগাঁও চহৰত বিটিআৰৰ কাৰ্য্যবাহী সদস্য উইলছন হাছদাৰ ব্যক্তিগত কাৰ্যালয় মুকলি কৰি উপস্থিত ৰাইজৰ আগত বিটিআৰৰ প্ৰতি গৰাকী এম চি এল এ ৰ বাবে ৰাইজৰ সুবিধাৰ্থে কাৰ্যালয় মুকলি কৰা হ’ব আৰু ইয়াৰ প্ৰথমটো কাৰ্যালয় গোসাঁইগাঁৱত স্থাপন কৰা হৈছে বুলি ব্য়ক্ত কৰে। এনেকি ৰাইজৰ কাম-কাজত যাতে সুবিধা হয় তাৰ বাবে প্ৰতিদিনে কমপক্ষেও কিছু সময় কাৰ্যলয়ত বহে তাৰ বাবে প্ৰতিগৰাকী এম চি এল এ আৰু কাৰ্যবাহী সদস্য সকলক অনুৰোধ জনায় ৷ এই অনুষ্ঠানত কাৰ্যবাহী সদস্য উইলছন হাছদা, উকিল মুছাহাৰী, জেষ্ঠ নেতা হেমেন্দ্ৰ নাথ ব্ৰহ্ম, ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী,জিলা সভাপতি অনিন্দ্য বসুমতাৰী, বিজেপিৰ কোকৰাঝাৰ জিলা সংখ্যালঘু কোষৰ সভাপতি জেঠমল মালু, মহিলা কোষৰ সম্পাদিকা মুৰ্শিদা বেগমৰ উপৰি দুয়োটা দলৰ আন ভালে সংখ্যক নেতা, কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিত থাকে৷

 

You Might Also Like

তামাৰহাটত পথ দুৰ্ঘটনাত আহত ৩ | BulletsIn
মঙলদৈত অহা ৬ আৰু ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব সাংসদ খেল প্ৰতিযোগিতা
ৰঙাপৰাত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
গোলাঘাট গণকপুখুৰিত এজন জুবিন অনুৰাগীৰ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন
তামুলপুৰ জিলাৰ চেঁচাপানীত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত সজাগতামূলক সভা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা
Next Article ৱেষ্ট বেংকত ইজৰাইলৰ বিমান আক্ৰমণ, মছজিদত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক লক্ষ্য
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?