নগাঁও জিলাৰ কচুৱাত যোৱা কালি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা মটৰ চাইকেল সহ চিটিকি পৰিল দুই যুৱক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা দুই যুৱকক স্থানীয় লোকৰে সহায়ত ততাতৈয়াকৈ কচুৱা মডেল হস্পিটাললৈ প্ৰেৰণ কৰা হৈছিল। পিছত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
BulletsIn
- নগাঁও জিলাৰ কচুৱাত যোৱা কালি সন্ধিয়া পথ দুৰ্ঘটনা সংঘটিত হয়।
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা মটৰ চাইকেল সহ চিটিকি পৰে দুই যুৱক।
- দুৰ্ঘটনাটো কচুৱাৰ চানখোলাত সংঘটিত হয়।
- দুৰ্ঘটনাত দুই যুৱক গুৰুতৰভাৱে আহত হয়।
- স্থানীয় লোকে ততাতৈয়াকৈ আহত যুৱকক কচুৱা মডেল হস্পিটাললৈ প্ৰেৰণ কৰে।
- পিছত উন্নত চিকিৎসাৰ বাবে দুয়োকে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
- দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ এএছ ০২ এজি ৫৩৪১।
- আহত যুৱকদ্বয়ৰ নাম নুৰ আলম আৰু ইয়াচিন আলি।
- দুয়োৰে ঘৰ কচুৱাৰ শিঙিমাৰি জিতগাঁৱত।
- স্থানীয় লোকৰ সহায়ত যুৱক দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
