• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > সমগ্ৰ দেশৰ লগতে কাছাৰৰ শিলচৰত নৱমী পূজা আনন্দৰে উদযাপন
Regional

সমগ্ৰ দেশৰ লগতে কাছাৰৰ শিলচৰত নৱমী পূজা আনন্দৰে উদযাপন

CliQ INDIA
Last updated: October 24, 2023 2:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

কাছাৰ, ২৪ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমীৰ নিশা শিলচৰৰ প্ৰতিটো পূজা মণ্ডপৰ লগতে শিলচৰ চেংকুডি ৰোড সার্বজনীন দুৰ্গা পূজা মণ্ডপত দৰ্শনাৰ্থীৰ ভিৰ দেখা গ’ল। দুৰ্গোৎসৱক কেন্দ্ৰ কৰি দৰ্শনাৰ্থীসকলৰ মাজত শিলচৰ চহৰৰ আনন্দৰ পৰিবেশ বিৰাজ কৰে।

শিলচৰ চহৰৰ প্ৰতিটো পূজা মণ্ডপম আৰু দুৰ্গা মূৰ্তি চাবলৈ উৎসাহী দৰ্শনাৰ্থীয় ভিৰ দেখা যায়। শিলচৰ চহৰৰ প্ৰতিটো পূজা মণ্ডপে নৱমী নিশা ডাক প্ৰতিযোগিতা নৃত্য প্ৰদৰ্শন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। দুৰ্গা পূজা সমিতিৰ পূজা মণ্ডপটো সুন্দৰকৈ সজাই তোলা হৈছে আৰু বিশেষ আকৰ্ষণেৰে আলোকিত কৰি দৰ্শনাৰ্থীক মন্ত্ৰমুগ্ধ কৰি তুলিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দর্শনার্থী আৰু শিলচৰ চেংকুড়ি নৱোদয় সৰ্বজনীন দুৰ্গা পূজা সমিতিৰ বিষয়াই কয় যে এইবাৰ নৱমী পূজা আনন্দৰে পালন কৰা হৈছে আৰু সকলোকে নৱমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

You Might Also Like

মৈৰাবাৰীত দুটা পক্ষৰ মাজত সংঘটিত ভুমি বিবাদ, ঘৰত অগ্নি সংযোগ, নথি পত্ৰ‌‌‌ লুটপাত | BulletsIn
মোবাইল চুৰিৰ অভিযোগত যোৰহাটৰ ৰাজপথত মহিলাৰ খণ্ড যুদ্ধ
দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত যোগদান কাৰ্যসূচী
কেন্দ্ৰীয় গৃহমন্ত্ৰী বটদ্ৰৱা আগমনলৈ বটদ্ৰৱাত উখল মাখল পৰিৱেশ
মাজুলী মিলন সংঘ, নয়াবজাৰত তিনিদিনিয়াকৈ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ আয়োজন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিজয়দশমীৰ শুভেচ্ছা জ্ঞাপন
Next Article এছিয়ান পেৰা গেমছঃ মহিলাৰ ১০০ মিটাৰ টি ১২ বিভাগত ছিমৰান ভাটছৰ ৰূপৰ পদক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?