• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ যাদৱৰ অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাক সৌজন্যমূলক সাক্ষাৎ
Regional

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ যাদৱৰ অসমৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাক সৌজন্যমূলক সাক্ষাৎ

CliQ INDIA
Last updated: October 6, 2025 3:20 pm
CliQ INDIA
Share
2 Min Read
SHARE
মুখ্যমন্ত্ৰীক সাক্ষাৎ

– ভূপালৰ পৰা গুৱাহাটীলৈ পোনপটীয়া বিমান সেৱা স্থাপনৰ প্ৰয়াস কৰা হ’বঃ ড০ যাদৱ

গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। দুদিনীয়া অসম ভ্ৰমণৰ সময়ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে দেওবাৰে সন্ধিয়া গুৱাহাটীস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই মুখ্যমন্ত্রী ড০ যাদৱক ফুলৰ থোপা আৰু স্মৃতিচিহ্নৰে আদৰণি জনায় ৷ মুখ্যমন্ত্রী ড০ যাদৱে ড০ শর্মাক মহাকালেশ্বৰ মন্দিৰৰ এখন আকর্ষণীয় ছবিও উপহাৰ দিয়ে ৷

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী ড০ যাদৱে পৰ্যটন আৰু ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধিৰ বাবে ভৱিষ্যতে ভূপালৰ পৰা গুৱাহাটীলৈ পোনপটীয়া বিমান সেৱা স্থাপনৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি উল্লেখ কৰে। তেওঁ কয় যে যুৱক-যুৱতী, শিল্পী, আৰু বিশ্ববিদ্যালয়ৰ মাজত সহযোগিতা বৃদ্ধি কৰিলে দুয়োখন ৰাজ্যৰ মাজত সাংস্কৃতিক সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব। মুখ্যমন্ত্ৰী ড০ যাদৱে উল্লেখ কৰে যে অসম আৰু মধ্যপ্ৰদেশে হস্তশিল্প, ৰেচম আৰু বাঁহৰ সামগ্ৰী, আৰু পৰম্পৰাগত বাণিজ্যিক সহযোগিতাৰ প্ৰসাৰ ঘটাব। ইয়াৰ দ্বাৰা দুয়োখন ৰাজ্যৰ স্থানীয় শিপিনী আৰু উদ্যোগীসকলে তেওঁলোকৰ সামগ্ৰীৰ নতুন বজাৰ আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

মুখ্যমন্ত্রী ড০ যাদৱ আৰু অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই দুয়োখন ৰাজ্যৰ প্রাচীন সম্পর্ক, বন্য প্রাণী সংৰক্ষণ আৰু পাৰস্পৰিক বন্য প্রাণী বিনিময়ৰ প্রচেষ্টা, ভৱিষ্যতৰ সম্ভাৱনাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত এক ফলপ্ৰসূ আলোচনাত মিলিত হয় ৷ মুখ্যমন্ত্রী ড০ যাদৱে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে যে অসমৰ বহু উদ্যোগপতি আৰু বিনিয়োগকাৰীয়ে মধ্য প্রদেশত বিনিয়োগ কৰি আমাৰ লগত যোগদান কৰিব বিচাৰে ৷ আমি মধ্যপ্ৰদেশলৈ সকলো বিনিয়োগকাৰীক আদৰণি জনাইছোঁ। এই উপলক্ষে মুখ্যমন্ত্রী ড০ যাদৱৰ পত্নী সীমা যাদৱো উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দিল্লীৰ গণৰাজ্য দিৱস অনুষ্ঠানলৈ আমন্ত্ৰিত বজালীৰ এগৰাকী গাঁৱলীয়া বোৱাৰী-গো পালক
টীয়ক প্ৰেছ ক্লাবৰ উদ্যোগত ১৪ ডিচেম্বৰৰ পৰা ৭ দিনীয়া দ্বিতীয় টীয়ক গ্ৰন্থ মেলাৰ বৃহৎ আয়োজন
ৰে’ল সেৱাৰ সময়সূচী পুনঃনিৰ্ধাৰণ, পথ পৰিৱৰ্তন আৰু নিয়ন্ত্ৰণ
গুৱাহাটীৰ শ্ৰীনগৰত তিনি মহলীয়া ভৱনৰ পৰা জাপ মাৰি আত্মহত্য়াৰ চেষ্টা যুৱকৰ
ভাৰতৰত্ন ড' ভূপেন হাজৰিকাৰ আজি জন্ম শতবার্ষিকী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশ গৌৰৱৰ পুনৰুজ্জীৱনৰ পথতঃ আৰ এছ এছৰ সহ-কাৰ্যবাহ কৃষ্ণ গোপাল
Next Article ছাংহাই মাষ্টাৰছ ২০২৫: ডিফেণ্ডিং চেম্পিয়ন জানিক ছিনাৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?