• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বৰিহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Regional

বৰিহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

CliQ INDIA
Last updated: October 27, 2025 12:31 pm
CliQ INDIA
Share
3 Min Read
SHARE

কামৰূপ, ২৭ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৱে সমগ্ৰ অমস তথা অসমীয়াক আজিও ব্য়থিত কৰি ৰাখিছে। অসম সম্পদ, আমাৰ গৌৰৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনায় ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। যোৱা কালি আবেলি বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ উদ্যোগত আৰু আমৰাঙ্গা বৰিহাট অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত দক্ষিণ কামৰূপৰ বৰিহাটস্থিত আমৰাঙ্গা বৰিহাট মিনি ষ্টেডিয়ামত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় শিল্পীৰ দ্বাৰা নাম প্ৰসংগ কৰাৰ লগতে জুবিন গাৰ্গৰ জীৱন সম্পৰ্কে বহুজনে মন্তব্য আগবঢ়ায় ।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বিশিষ্ট অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মা উপস্থিত থাকি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে অশ্ৰুশিক্ত নয়নেৰে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তোলে। লগতে বন্ধু জুবিন গাৰ্গৰ সৈতে কটোৱা বহু মধুৰ স্মৃতি ৰোমান্থন কৰাৰ লগতে বহু কথাই ৰাইজৰ আগত প্ৰকাশ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে বৃহত্তৰ বৰিহাট অঞ্চলত মমবাতি জ্বলাই এক মৌন সমদল উলিয়াই য’ত শতাধিক লোকে অংশগ্ৰহণ কৰে। জুবিন মৃত্যুৰ ৰহস্যৰ পিছতেই বহু এটা পক্ষই সমগ্ৰ ঘটনাটোক ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হোৱা বুলিও মন্তব্য কৰে অভিনেতা গৰাকীয়ে। লগতে দীঘলী পুখুৰী পাৰৰ গছ কটা সন্দৰ্ভতো কৰা মন্তব্যত এতিয়াও নিজৰ স্থিতিত অটল থকাৰ কথা ব্য়ক্ত কৰে। নিজৰ ছবিজগতৰ এটা স্বাধীন দল এৰি কোনো ৰাজনৈতিক দলত যোগদান কৰিবলগীয়া অৱস্থা হোৱা নাই বুলিও মন্তব্য কৰে তেওঁ। লগতে ৰাজনীতি নকৰিবলৈ বিজেপি দলৰ বিৰুদ্ধে গোৱা পলিটিক্স (politics) নকৰিবা বন্ধু গানটো গোৱা বুলি মন্তব্য কৰে।

ৰবি শৰ্মাই আৰু কয় যে আবেগৰ সময়ত কোনোধৰণৰ এছঅ’পি গাঠি দি জনসাধাৰণক আৰু অধিক আবেগিক কৰিব নালাগে। গণতান্ত্ৰিক দেশত কোনোধৰণৰ জোৰ জুলুম কৰি বোজা জাপি দিব নালাগে। শাসক বিৰোধী মিলিহে এখন গণতান্ত্ৰিক দেশ সম্পূৰ্ণ। গণতন্ত্ৰত বিৰোধী থাকিবই। গতিকে কোনোধৰণৰ প্ৰতিবাদী সত্তাক বাক স্বাধীনতা খৰ্ব কৰি দমন কৰিবলৈ চেষ্টা কৰিব নালাগে আৰু প্ৰতিবাদী সত্তাৰ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰে। জুবিন মৃত্যুৱে অসমৰ জনতাক আৰু অধিত সাহসী কৰি তুলিলে। শংকৰ আজানৰ দেশত কোনোধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নচলিব বুলিও মন্তব্য কৰে অভিনেতা তথা জুবিন গাৰ্গৰ বন্ধু ৰবি শৰ্মাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

মঙলদৈৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত শোকাৱহ দুৰ্ঘটনা
ওদালগুৰি খৈৰাবাৰীত ৬৫ তম গুৰিহাটী ৰাস মহোৎসৱ আৰম্ভ
কে এ চিৰ বৰ্তমান পৰিষদ খন তৎকালীন ভাৱে ভংগ কৰি দিয়াৰ মুখ্যমন্ত্ৰীলৈ আহ্বান কে পি পিৰ | BulletsIn
মৰঙিত অব্যাহত হাতী-মানুহৰ সংঘাত – HindusthanSamachar Assamese
গুমা পৰিষদীয় সমষ্টিৰ চেঁচাপানীত বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইতিহাসৰ পাতত ২৮ অক্টোবৰঃ ২০১১ চনত প্ৰখ্যাত ব্যংগকাৰ শ্ৰীলাল শুক্লাৰ দেহাৱসান
Next Article নিউজিলেণ্ডৰ এদিনীয়া দলত কাইল জেমিছনৰ ঠাইত অন্তৰ্ভুক্ত ব্লেয়াৰ টিকনাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?