মানকাচৰ, ১৩ আগষ্ট (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা।
৭৯ তম স্বাধীনতা দিৱস উপলক্ষে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে হাটশিঙিমাৰী পৰা আন্তৰাষ্টীয় ভাৰত- বাংলা সীমান্ত পথেৰে মানকাচৰলৈ প্ৰায় ২ শতাধিক আৰক্ষীয়ে বাইক ৰেলীৰ যোগেদি ত্ৰিৰংগা যাত্ৰা কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
