কোকৰাঝাৰ, ৮ ছেপ্তেম্বৰ (হি.স.)। বিটিচি বাজপেয়ীৰ দিনত আৰু নৰেন্দ্ৰ মোডীৰ দিনত বিটিআৰ হ’ল৷এসময়ৰ অশান্ত অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবলৈ অন্য কোনো দলেই কৰা নাই৷ বিজেপিয়ে জংঘলত যোৱা যুৱক সকলক পিতৃ-মাতৃৰ কাষলৈ ঘুৰাই আনিছে বিজেপিয়ে৷যি বিজেপিয়ে বড়ো, আদিবাসী, ৰাভা আদি কৰি বিভিন্ন জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰিছে৷
এনেকি খিলঞ্জীয়া সকলক বিজেপিয়ে উচ্ছেদ নচলায়৷সকলোৰে বাবে অধিকাৰ, ন্যায়, নিৰাপত্তা আৰু বিকাশৰ হকে, হিতৰ বাবে কাম কৰিছে৷কিন্তু বিগত সোতৰ বছৰে সমষ্টিত জয়ী হোৱা প্ৰতিনিধি আৰু চৰকাৰে কোনো উন্নয়নৰ কাম নকৰিলে৷এতিয়া হাগ্ৰামাৰ দিন শেষ৷হাগ্ৰামাই গুমা সমষ্টিত এগৰাকী মাফিয়াৰ প্ৰাৰ্থী দি সমষ্টিবাসী ৰাইজক লজ্জিত কৰিছে ৷বিপিএফৰ প্ৰাৰ্থীক ভোট দিলে গুমা সমষ্টি ধ্বংস হৈ যাব৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
