• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰশিক্ষণ কেন্দ্ৰত অত্যাধুনিক কৱচ লেব মডেলৰ উদ্বোধন
Regional

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰশিক্ষণ কেন্দ্ৰত অত্যাধুনিক কৱচ লেব মডেলৰ উদ্বোধন

CliQ INDIA
Last updated: October 18, 2025 9:45 am
CliQ INDIA
Share
2 Min Read
SHARE

গুৱাহাটী, ১৭ অক্টোবৰ (হি.স.)। আজি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ দ্বাৰা পাণ্ডুৰ চিগনেল এণ্ড টেলিকম বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত (এছটিচি) এটা অত্যাধুনিক কৱচ লেব মডেলৰ উদ্বোধন কৰা হয়। এই উন্নত সুবিধাৰ প্ৰৱৰ্তনভাৰতীয় ৰে’লৱেৰ বাবে অধিক সুৰক্ষিত,স্মাৰ্ট আৰু নিৰ্ভৰযোগ্য ৰে’ল পৰিচালনৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে চিহ্নিত হৈছে।

২০২০ বৰ্ষৰ ৪ জুলাইত ৰাষ্ট্ৰীয় স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা (এটিপি) চিষ্টেম হিচাপে গৃহীত কৱচ হৈছে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি স্বদেশীভাৱে বিকশিত এক সুৰক্ষা প্ৰযুক্তি। এই পদ্ধতিটোৱে ৰে’লৰ সংঘৰ্ষ ৰোধ কৰা, সংকেত নিৰ্দেশনা কঠোৰভাৱে মানি চলা আৰু সম্ভাৱ্য দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে ৰে’লৰ গতি স্বয়ংক্ৰিয়ভাৱে নিয়ন্ত্ৰণ কৰাৰ হেতু ডিজাইন কৰা হৈছে। এই প্ৰযুক্তিয়ে ভাৰতীয় ৰে’লৱেৰ শূন্য দুৰ্ঘটনা মিছনৰ প্ৰতি অটল প্ৰতিশ্ৰুতি আৰু স্বদেশীৰূপেপ্ৰস্তুত অত্যাধুনিক নিৰাপত্তা সুবিধাৰ জৰিয়তে আত্মনিৰ্ভৰতাৰ চেতনাক মূৰ্ত কৰি তুলিছে।

এছটিচি/পাণ্ডুত নতুনকৈ স্থাপন কৰা কৱচ লেব মডেলত সকলো প্ৰয়োজনীয় কৱচ সহ-ব্যৱস্থা, যেনে- ষ্টেচন কৱচ, লোকো কৱচ, ৰেডিঅ’ ফ্ৰিকুৱেন্সি কমিউনিকেচন, জিএছএম আৰু জিপিএছ এন্টেনা, লোকো পাইলট ড্ৰাইভাৰ মেচিন ইন্টাৰফেছ, ষ্টেচন মাষ্টাৰ অপাৰেচন-কাম-ইণ্ডিকেচন পেনেল আৰু এটা চিমুলেচন পেনেলেৰে সজ্জিত কৰা হৈছে। এই লেবটো ষ্টেচনৰ মাজত ৰে’লচলাচলৰ বাস্তৱিক চিমুলেচনৰ বাবে ডিজাইন কৰা হৈছে, যিয়ে চিগনেল এণ্ড টেলিকম কৰ্মী, লোকো পাইলট, সহকাৰী লোকো পাইলট আৰু কৱচৰ কাৰ্যকৰীকৰণ, পৰিচালন আৰু ৰক্ষণাবেক্ষণৰ সৈতে জড়িত অন্যান্য গুৰুত্বপূৰ্ণ ৰে’লৱে কৰ্মীৰ বাবে এক বিস্তৃতব্যৱহাৰিকপ্ৰশিক্ষণৰ পৰিৱেশ প্ৰদান কৰিব।

প্ৰকৃত অপাৰেটিং অৱস্থা অনুকৰণ কৰিএই সুবিধাই চিষ্টেমটোৰ কাৰ্যকাৰিতা, ত্ৰুটি নিৰ্ণয় আৰু বিভিন্ন কৱচ উপাদানৰ মাজত সমন্বয়ৰ বোধগম্যতা বৃদ্ধি কৰিব। এই প্ৰচেষ্টাই ৰে’লৱে কৰ্মীৰ কাৰিকৰী দক্ষতা আৰু প্ৰস্তুতিৰ মাত্ৰা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব, যাৰ ফলত সমগ্ৰ নেটৱৰ্কত অধিক নিৰাপদ আৰু দক্ষ ৰে’ল পৰিচালন নিশ্চিত হৈ উঠিব।

এই উন্নত প্ৰশিক্ষণ সুবিধাৰ প্ৰৱৰ্তনে ভাৰতীয় ৰে’লৱেৰ উদ্ভাৱন, নিৰাপত্তা আৰু দক্ষতা বিকাশৰ প্ৰতি অবিৰত চেতনাক পুনৰ দৃঢ় কৰে, যিয়ে বিশ্বমানৰ ৰে’লৱেআন্তঃগাথনি আৰু পৰিচালনৰ প্ৰচেষ্টাৰ পথ সমৃদ্ধ কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

নুমলীগড়ৰ মৰঙিৰ পাতকটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
মৰমৰ শিল্পী জুবিন গাৰ্গক এপলক চাবলৈ লোকে লোকাৰণ্য ৰাজপথ
গুৱাহাটী মহানগৰীত শহুৰেকৰ পৰিয়ালৰ বোৱাৰীয়েক জ্বলাই হত্য়াৰ অপচেষ্টা
চাপৰৰ ৰঙামাটিত বিদ্যৎপৃষ্ঠ হৈ এজন নিহত,আহত এজন
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জোৰ সমদল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ছত্তীশগড়ৰ জগদালপুৰত ২১০ জন নক্সালবাদী কেডাৰৰ ১৫৩ বিধ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ
Next Article মহিলা বিশ্বকাপঃ উলভাৰ্ড আৰু ব্ৰিটিছৰ অৰ্ধশতকৰ সহায়ত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?