• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > স্বচ্ছ হোৱা নাই দিল্লী-এনচিআৰৰ বায়ু, উশাহ-নিশাহৰ সমস্যা অব্যাহত
National

স্বচ্ছ হোৱা নাই দিল্লী-এনচিআৰৰ বায়ু, উশাহ-নিশাহৰ সমস্যা অব্যাহত

CliQ INDIA
Last updated: November 17, 2023 5:00 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা মেট্ৰ’সমূহত ধোঁৱা আৰু কুঁৱলীৰ বাবে বায়ুমণ্ডলত থকা প্ৰদূষক পদাৰ্থৰ চাদৰখন ক্ৰমাগতভাৱে ডাঠ হৈ আহিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি শুকুৰবাৰে পুৱা দিল্লী-এনচিআৰত সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (একিউআই)ৰ স্তৰে ৫০০ৰ সীমা অতিক্ৰম কৰে। আনন্দ বিহাৰত ৪৪৭, আৰ কেপুৰমত ৪৬৯, পাঞ্জাবী বাগত ৪৮৪ আৰু আই টি অ’ত ৪৪৫ টা একিউআই। ইফালে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে প্ৰদূষণৰ সমান্তৰালকৈ আগন্তুক কেইদিনমানৰ পৰা দিল্লী-এনচিআৰতো কুঁৱলীৰ আবিৰ্ভাৱ হ’বলৈ আৰম্ভ কৰিব।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি ২৪ ঘন্টা পূৰ্বে বৃহস্পতিবাৰে মুণ্ডকা, নেহৰু নগৰ, পাঞ্জাবী বাগ, জাহাংগীৰপুৰী, ৱাজিৰপুৰ আৰু দ্বাৰকা খণ্ডত একুই ৪৫০ৰো অধিক স্থান লাভ কৰিছিল। ইয়াৰ বাবে এই ছয় স্থানৰ বায়ুৰ গুণাগুণ বিপদজনক শ্ৰেণীত থাকি গ’ল। ব’ৰ্ডৰ মতে, দিল্লীৰ সামগ্ৰিকভাৱে বায়ুৰ গুণাগুণ সূচকাংক ৪১৯ত আছে। এইটো এটা গুৰুতৰ শ্ৰেণী। ইয়াৰ এদিন আগতে ৪০১ আছিল। ফৰিদাবাদত ৪২৪, গাজিয়াবাদত ৩৭৬, গ্ৰেটাৰ নয়দাত ৩৪০, গুৰুগ্ৰামত ৩৬৩ আৰু নয়দাত ৩৫৫। ব’ৰ্ডৰ মতে, নৱেম্বৰ মাহৰ ১৬টা দিনত এতিয়ালৈকে দিল্লীৰ বায়ুৰ গুণাগুণ তিনিদিন নিম্নমানৰ, ৫ দিন অতি নিম্নমানৰ, ৬ দিন গুৰুতৰ আৰু দুদিন বিপদজনক শ্ৰেণীত আছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ

You Might Also Like

মণিপুৰত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ কেইবাজনো সদস্য গ্ৰেপ্তাৰ
(আপডেট) এছ চি অ’ত প্ৰধানমন্ত্ৰীৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট নীতি আৰু বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ
সংঘৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ শ্ৰী ৰাম মন্দিৰ দৰ্শন কৰিবলৈ দিব নিমন্ত্ৰণ পত্ৰ
ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ – HindusthanSamachar Assamese
কংগ্ৰেছ নেতৃবিন্দৰ বীৰভূমিত ৰাজীৱ গান্ধীৰ সমাধিত পুস্পাঞ্জলি | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ম্যানমাৰ-চীন সীমান্ত অঞ্চলত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি
Next Article লক্ষিমপুৰৰ জ্যেষ্ঠ বিজেপি নেতা ৰাও গজেন্দ্ৰ সিঙৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?