নতুন দিল্লী, ০৬ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি ভৱনত সোমবাৰে অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত হিচাপে হীৰালাল চামৰিয়াক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰোৱায় ।
এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিংকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
