নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে স্বস্তি মেহুলৰ ভজন শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰত পোষ্ট কৰিছে – স্বস্তি জীৰ এই ভজন এবাৰ শুনিলে বহুদিন কাণত অনুৰণন হৈ থাকে। চকুত চকুলোৰে আৰু মনক আবেগেৰে ভৰাই তোলে।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ
