• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > তিব্বতী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক চীনে কৰা শোষণৰ ওপৰত আলোকপাত কৰি প্ৰতিবেদন প্ৰকাশ
National

তিব্বতী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক চীনে কৰা শোষণৰ ওপৰত আলোকপাত কৰি প্ৰতিবেদন প্ৰকাশ

CliQ INDIA
Last updated: July 12, 2025 9:50 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১১ জুলাই (হি.স.)। তিব্বত একচন ইনষ্টিটিউটে শুকুৰবাৰে কনষ্টিটিউচন ক্লাবত গৱেষণা প্ৰতিবেদন ‘যেতিয়া আমাৰ সন্তানক উঠাই নিবলৈ আহিছিল – চীনৰ ঔপনিৱেশিক আৱাসিক বিদ্যালয় আৰু তিব্বতৰ ভৱিষ্যত’ৰ হিন্দী সংস্কৰণ প্ৰকাশ কৰে। মূলতঃ ইংৰাজী ভাষাত এই প্ৰতিবেদন ২০২৫ চনৰ ২৮ মে’ত অনলাইনযোগে প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনত চীন চৰকাৰে তিব্বতৰ আৱাসিক বিদ্যালয়ত তিব্বতী শিশুক কৰা শোষণৰ কথা উদঙাই দিয়া হৈছে।

ভাৰতীয় আৰু তিব্বতৰ বিশিষ্ট নেতাসকলে এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছিল ৰাজ্যসভাৰ সদস্য সুজিত কুমাৰ, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন বিশেষ উপদেষ্টা অমিতাভ মাথুৰ, তিব্বত ক’জ ইণ্ডিয়াৰ কোৰ গ্ৰুপৰ ৰাষ্ট্ৰীয় আহ্বায়ক আৰ কে খিৰমে, তিব্বতত চীনৰ আত্মসাৎ আৰু শিক্ষা নীতিৰ আগশাৰীৰ বিশেষজ্ঞ ড০ গ্যাল লো আৰু তিব্বত একচন ইনষ্টিটিউটৰ এছিয়া প্ৰগ্ৰেম মেনেজাৰ ড’ৰজী চেটেন।

তিব্বত একচন ইনষ্টিটিউটৰ তিব্বত বিষয় আৰু শিক্ষাৰ বিশেষজ্ঞ ড০ গ্যাল লোৱে চীনৰ ঔপনিৱেশিক আৱাসিক বিদ্যালয় ব্যৱস্থাক তিব্বতৰ পৰিচয়, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰা মচি পেলোৱাৰ এক সুপৰিকল্পিত কৌশলৰ অংশ বুলি অভিহিত কৰিছে। তেওঁ কয় যে চীনৰ ঔপনিৱেশিক আৱাসিক বিদ্যালয়সমূহ তিব্বতী শিশুসকলক শিক্ষা দিয়াৰ বাবে নিৰ্মাণ কৰা নহয়, বৰঞ্চ তেওঁলোকৰ ওচৰত ধৰ্মৰ প্ৰচাৰৰ বাবেহে নিৰ্মাণ কৰা হৈছে।

এই প্ৰতিবেদনত দিয়া প্ৰমাণে তেওঁৰ গৱেষণা আৰু তেওঁৰ নিজৰ পৰিয়ালৰ অভিজ্ঞতাক নিশ্চিত কৰিছে। চীনৰ বিষয়াসকলে ইচ্ছাকৃতভাৱে আমাৰ সন্তানক আমাৰ পৰা আঁতৰাই ৰাখি তেওঁলোকৰ পৰম্পৰাৰ পৰা পৃথক কৰি ৰাখিছে। প্ৰতিবেদন অনুসৰি শেহতীয়া বছৰবোৰত চীন চৰকাৰে তিব্বত পৰিচালিত বিদ্যালয় আৰু স্থানীয় গাঁৱৰ বিদ্যালয় বন্ধ কৰি দিয়াৰ ফলত তিব্বতী অভিভাৱকসকলৰ হাতত নিজৰ সন্তানক চৰকাৰী আৱাসিক বিদ্যালয়লৈ পঠোৱাৰ বাহিৰে আন কোনো বিকল্প নাই।

প্ৰাক্তন বিশেষ উপদেষ্টা অমিতাভ মাথুৰে কয় যে ভাৰতে তিব্বতৰ দৰে এক অনন্য সংস্কৃতি মচি পেলোৱাৰ প্ৰয়াসত মুক দৰ্শক হৈ থাকিব নালাগে। তিব্বতৰ আধ্যাত্মিক উৎপত্তি আমাৰ নালন্দা পৰম্পৰাৰ সৈতে জড়িত আৰু লিপি দেৱনাগৰীৰ পৰাই উৎপত্তি হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ধৰালী দুৰ্যোগঃ উদ্ধাৰ অভিযান অব্যাহত, আজি পুৱা ৭৪ জন লোকক নিৰাপদে উদ্ধাৰ
এন ডি এ পৰিয়াল সুশাসন, ৰাষ্ট্ৰীয় উন্নয়ন আৰু আঞ্চলিক আকাংক্ষাৰ প্ৰতি সমূহীয়া দায়বদ্ধতাৰ প্ৰতীক: প্ৰধানমন্ত্ৰী
ভাৰত ৰত্ন আদৱানীয়ে হিন্দুস্থান সমাচাৰৰ জৰিয়তে আৰম্ভ কৰিছিল সাংবাদিকতা, আমাৰ বাবে গৌৰৱৰ বিষয় – অৰবিন্দ মাৰ্ডিকাৰ
আজি সম্ভালত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদী
মণিপুৰত উদ্ধাৰ বৃহৎ অস্ত্ৰৰ ভঁৰাল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত তিনি বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৯.৭৪ বিলিয়ন ডলাৰ
Next Article হঠাৎ বৈদ্যুতিক বিজুতিৰ ফলত যোৰহাটৰ স্মাৰ্ট বজাৰত হাঁহাকাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?