• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বাংলাদেশৰ ঢাকাত ভাৰতীয় উচ্চায়ুক্তক চমন, নতুন দিল্লী মিছনত ভিছা সেৱা বন্ধ
International

বাংলাদেশৰ ঢাকাত ভাৰতীয় উচ্চায়ুক্তক চমন, নতুন দিল্লী মিছনত ভিছা সেৱা বন্ধ

CliQ INDIA
Last updated: December 24, 2025 10:01 am
CliQ INDIA
Share
2 Min Read
SHARE
3c8095f69b51d1dbdf55027f9e3aaf07_264725288.jpg

ঢাকা, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আজি ঢাকাত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক মাতি আনি শেহতীয়া পৰিঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে বুলি বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে। যোৱা ১০ দিনত এইবাৰ দ্বিতীয়বাৰৰ বাবে ভাৰতীয় উচ্চায়ুক্তক চমন কৰা হৈছে। ইফালে, দিল্লীত থকা বাংলাদেশী মিছনত ভিছা সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ঢাকাই।

আজি বিয়লি প্ৰথম আলো কাকতত এই কথা প্ৰকাশ পাইছে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি কাকতখনে কয় যে বৰ্মাক পুৱা ১০ বজাত মাতি অনা হৈছিল আৰু মন্ত্ৰালয়ত বৈদেশিক সচিব আছাদ আলম ছিয়েমৰ সৈতে সাক্ষাৎ কৰা হৈছিল। যোৱা ১০ দিনত এইবাৰ দ্বিতীয়বাৰৰ বাবে ভাৰতীয় উচ্চায়ুক্তক চমন কৰা হৈছে। অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকালত ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীক কমেও ছয়বাৰকৈ বিভিন্ন বিষয়ত মাতি অনা হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০ ডিচেম্বৰত নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্ত আৰু উচ্চায়ুক্তৰ বাসগৃহৰ বাহিৰত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাৰ লগতে যোৱা ২২ ডিচেম্বৰত শিলিগুৰিস্থিত বাংলাদেশৰ ভিছা কেন্দ্ৰত সংঘটিত লণ্ড ভণ্ড ঘটনাক লৈ বাংলাদেশে উদ্বেগ প্ৰকাশ কৰে। বাংলাদেশে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে।

প্ৰতিবেদন অনুসৰি বাংলাদেশে ভাৰত চৰকাৰক এই ঘটনাসমূহৰ তদন্ত কৰিবলৈ আৰু ইয়াৰ পুনৰাবৃত্তি ৰোধৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ ল’বলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও বাংলাদেশৰ কূটনৈতিক মিছন আৰু আনুষংগিক প্ৰতিষ্ঠানসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ভাৰতক আহ্বান জনায়। বিবৃতিটোত কোৱা হৈছে যে বাংলাদেশে ভাৰত চৰকাৰে নিজৰ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক বাধ্যবাধকতা অনুসৰি, কূটনৈতিক কৰ্মী আৰু চৌহদৰ মৰ্যাদা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তৎকালীন আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে।

প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি ইতিমধ্যে ঢাকাই দিল্লীৰ বাংলাদেশ উচ্চায়ুক্ত আৰু আগৰতলাৰ সহকাৰী উচ্চায়ুক্তত ভিছা আৰু কনছুলাৰ সেৱা বন্ধ কৰি দিছে। দুয়োটা মিছনে পৃথক জাননীৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। দিল্লীত ভিছা সেৱা বন্ধ কৰাৰ সন্দৰ্ভত সোধাত বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে কয় যে শনিবাৰে নিশা উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ইমৰাণৰ দলৰ বিৰুদ্ধে কঠো সেনা, ইয়াক অবৈধ ৰাজনৈতিক মাফিয়া বুলি অভিহিত | BulletsIn
ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্ধিত নিষেধাজ্ঞা আৰু সামৰিক চাপৰ মাজত জেনেভাত পাৰমাণৱিক আলোচনা পুনৰ আৰম্ভ কৰে।
অস্কাৰ বিজয়ী হলিউডৰ প্ৰযোজক-পৰিচালক নৰ্মান জেউইছনৰ মৃত্যু
ছানাই তাকাইচি জাপানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত
খালেদা জিয়াৰ স্বাস্থ্যৰ অৱনতি, তেওঁৰ আৰোগ্যৰ বাবে দেশবাসীক প্ৰাৰ্থনাৰ আহ্বান – ব্যক্তিগত চিকিৎসক অধ্যাপক জাহিদ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বাইহাটা চাৰিআলি আৰক্ষীৰ জালত তিনি দুধৰ্ষ এ টি এম চোৰ
Next Article অটলৰ শতবাৰ্ষিকী উপলক্ষে উপ-ৰাষ্ট্ৰপতিৰ সনাতন সংস্কৃতিৰ অটল দৃষ্টিভংগী গ্ৰন্থ উন্মোচন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?