নিউয়ৰ্ক, ২৯ জুলাই (হি.স.)। আমেৰিকাৰ নিউয়ৰ্ক চহৰত সোমবাৰে সংঘটিত গুলীচালনাত কমেও ৫ জন লোক নিহত হয়। ঘটনাৰ পিছতে অকলশৰীয়া আক্ৰমণকাৰীজনে গুলীচালনা কৰি আত্মহত্যা কৰে।
লোকজনক নেভাদাৰ বাসিন্দা শ্বেন টামুৰা বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে পাৰ্ক এভিনিউত অৱস্থিত অট্টালিকাটোৰ বাহিৰত নিৰ্বিচাৰে গুলীচালনা কৰি আক্ৰমণকাৰীয়ে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
