• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নতুন বছৰৰ প্ৰথম পুৱা ইজৰাইলৰ ওপৰত হামাছৰ বোমা বৰ্ষণ
International

নতুন বছৰৰ প্ৰথম পুৱা ইজৰাইলৰ ওপৰত হামাছৰ বোমা বৰ্ষণ

CliQ INDIA
Last updated: January 1, 2024 6:51 pm
CliQ INDIA
Share
1 Min Read
SHARE

টেল আভিভ, ০১ জানুৱাৰী (হি.স.)। বৰ্তমান গাজাপট্টীত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত পৰাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইফালে সোমবাৰে পুৱা পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইললৈ প্ৰায় ২০টা ৰকেট নিক্ষেপ কৰে। এই আকাশী আক্ৰমণত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।

ইজৰাইলৰ দ্য টাইমছ কাকতৰ তথ্য অনুসৰি হামাছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। হামাছে টেলিগ্ৰাম পোষ্টত কয় যে নৰসংহাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকৰ আল কাছাম ব্ৰিগেডে টেল আভিভ চহৰ আৰু ইয়াৰ বাহিৰৰ অঞ্চলত ‘এম ৯০’ ৰকেটেৰে বোমাবৰ্ষণ কৰি আছে।

যোৱা বছৰৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল এই যুদ্ধ। শ শ হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলত প্ৰৱেশ কৰি হত্যাকাণ্ড সংঘটিত কৰি ২০০ৰো অধিক লোকক পণবন্দী কৰি লৈ যায়। এই সময়ছোৱাত প্ৰায় ১২০০ ইজৰাইলী নিহত হয়। ইয়াৰ প্ৰতিশোধ হিচাপে ইজৰাইলে গাজাপট্টীত ব্যাপক আক্ৰমণ চলায়। আজি যুদ্ধৰ ৮৭তম দিন। এই যুদ্ধত এতিয়ালৈকে প্ৰায় ২১,৮২২ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰ ভিতৰত আছে হামাছৰ দুৰ্ধৰ্ষ কমাণ্ডাৰো আছে। হামাছৰ বিৰুদ্ধে ইজৰাইলৰ স্থল আৰু আকাশী পদক্ষেপ অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ

You Might Also Like

বেইৰুটৰ হিজবুল্লাহৰ সামৰিক কমাণ্ড চেণ্টাৰত ইজৰাইলৰ আক্ৰমণ | BulletsIn
ইমৰাণ খান আৰু মাহমুদ কুৰেশ্বীক চাইফাৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ড
ন্যায়িক তদন্ত আয়োগত আদালতৰ হস্তক্ষেপ উপযুক্ত নহয় – উচ্চতম ন্যায়ালয়ক প্ৰধানমন্ত্ৰীৰ স্পষ্ট উত্তৰ
বৈদেশিক মন্ত্ৰী জয়শংকৰৰ ইটালীৰ ৰাষ্ট্ৰপতিৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ বিষয়ে চৰ্চা
বাংলাদেশৰ জুলাই মাহৰ বিদ্ৰোহত তেতিয়াৰ আৰক্ষী আয়ুক্তকে ধৰি আঠজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নৱবৰ্ষত বিনিয়োগকাৰীলৈ ডাঙৰ উপহাৰ, ফেব্ৰুৱাৰী মাহত আহিব ছ'ভাৰেইন গোল্ড বণ্ডৰ পৰৱৰ্তী ছিৰিজ
Next Article ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৬৩৬ জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?