• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > গাজাত সমবেত হোৱা ৮৫ জন পেলেষ্টাইনী সাহায্যপ্ৰাৰ্থী নিহত, ইজৰাইলৰ ব্যাপকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি
International

গাজাত সমবেত হোৱা ৮৫ জন পেলেষ্টাইনী সাহায্যপ্ৰাৰ্থী নিহত, ইজৰাইলৰ ব্যাপকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি

CliQ INDIA
Last updated: July 21, 2025 8:20 am
CliQ INDIA
Share
2 Min Read
SHARE

ডেইৰ আল-বালাহ, ২১ জুলাই (হি.স.)। গাজাত মানৱীয় সাহায্য বিচৰা কমেও ৮৫ জন পেলেষ্টাইনী দেওবাৰে গুলীচালনাত নিহত হয়, যিটো দিন বিগত ২১ মাহৰ ভিতৰত সাহায্য বিচৰাসকলৰ বাবে আটাইতকৈ মাৰাত্মক দিন হিচাপে পৰিগণিত হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে।

এই ঘটনাৰ মাজতে ইজৰাইল সেনাই মধ্য গাজাৰ বহু ঠাইত নতুনকৈ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। এই অঞ্চলটো এতিয়ালৈকে স্থলভাগত আৰু বহু আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাই কাম কৰি থকা সামৰিক অভিযানৰ দ্বাৰা তুলনামূলকভাৱে অস্পৃশ্য হৈয়েই আছিল। খবৰ অনুসৰি বহু সংগঠনক অনতিপলমে কাৰ্যালয় খালী কৰিবলৈ কোৱা হৈছে।

উত্তৰ গাজাত সৰ্বাধিক মৃত্যু

উত্তৰ গাজাৰ জিকিম ক্ৰছিঙৰ ওচৰত সাহায্যৰ বাবে সমবেত হোৱা লোকৰ ওপৰত গুলীচালনা কৰি কমেও ৭৯ জন পেলেষ্টাইনী নিহত হয়, যিখন অঞ্চলত প্ৰচণ্ড ধ্বংসলীলা আৰু দুৰ্ভিক্ষৰ সন্মুখীন হৈছে। গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেকৰ্ড বিভাগৰ মুৰব্বী জাহেৰ আল-ৱাহেদীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰ ২৫খন ট্ৰাক “অনাহাৰে থকা সম্প্ৰদায়”ৰ বাবে সাহায্য লৈ আহি পোৱাৰ ঠিক সময়তে এক বিশাল জনসমাগম ঘটিছিল।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণ

আটা আনিবলৈ যোৱা এহাব আল জেইয়ে কয় যে, হঠাতে টেংক আহিল আৰু আমি দুঘণ্টা ধৰি বন্দুকৰ গুলী আৰু আক্ৰমণৰ মাজত আবদ্ধ হৈ পৰিলোঁ। মই কেতিয়াও উভতি নাযাওঁ। ভোকত মৰি যোৱাটোৱেই ভাল।

আন এজন আহত সাধাৰণ নাগৰিক নাফিছ আল-নাজ্জাৰে কয় যে টেংক আৰু ড্ৰ’নে “যাদৃচ্ছিকভাৱে মানুহক লক্ষ্য কৰি লৈছিল,” আৰু তেওঁ তেওঁৰ সম্পৰ্কীয় ভাতৃৰ মৃত্যু হোৱা দেখিছিল।

ইফালে ইজৰাইলৰ সেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে উত্তৰ গাজাত হাজাৰ হাজাৰ লোক সমবেত হৈছিল, যিটো নিৰাপত্তাৰ প্ৰতি ভাবুকি, আৰু সেইবাবেই সৈন্যই গুলীচালনা কৰে। সেনাই কিছুমান লোকৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰে যদিও গাজাৰ বিষয়াসকলে দিয়া পৰিসংখ্যাক “অতি অতিৰঞ্জিত” বুলি অভিহিত কৰে। লগতে হামাছে ইচ্ছাকৃতভাৱে বিশৃংখলতা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে।

ইয়াৰ উপৰিও ৰাফাহৰ শ্বাকৌছ অঞ্চলত আন ৬ জন পেলেষ্টাইনী লোকৰ মৃত্যু হয়। এই ঠাইখন আমেৰিকা আৰু ইজৰাইলৰ সহায়ত গাজা মানৱীয় ফাউণ্ডেশ্যনৰ বিতৰণ কেন্দ্ৰৰ ওচৰত। আনহাতে খান ইউনিছত তম্বুত আশ্ৰয় লৈ থকা ৭ জন লোকৰ মৃত্যু হয়, য’ত এজন ৫ বছৰীয়া ল’ৰাও আছিল। এই তথ্য কুৱেইট স্পেচিয়েলাইজড ফিল্ড হাস্পতালে দিছে।

স্বাস্থ্য বিষয়াৰ মতে, ১৫০ জনতকৈ অধিক লোক আহত হৈছে, ইয়াৰে বহুতৰে অৱস্থা সংকটজনক।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ভাৰতকে ধৰি ৬০খন দেশৰ ওপৰত আমেৰিকাৰ শুল্ক ৭ আগষ্টৰ পৰা কাৰ্যকৰী কৰাৰ কাৰ্যবাহী আদেশত ট্ৰাম্পৰ স্বাক্ষৰ
নেচনেল এচেম্বলীৰ অধ্যক্ষ পদ মাওবাদী দলৰ বাবে এৰিবলৈ সাজু নেপালী কংগ্ৰেছ
আমেৰিকাত ব্যাপক ‘নো কিংছ’ প্ৰতিবাদ: ট্ৰাম্পৰ নীতিৰ বিৰোধিতাৰে লাখ লাখৰ পদত্যাগ দাবী
শ্ৰীলংকা এয়াৰলাইন্সৰ নেপাললৈ পুনৰ সেৱা আৰম্ভ
আমেৰিকাৰ ন্যায় বিভাগৰ জিলা এটৰ্নী ফানি উইলিছৰ ভ্ৰমণৰ ৰেকৰ্ড তলব

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী
Next Article বন্ধ কৰা হৈছে নক্সাল ফ্ৰণ্টত পোষ্ট কৰা নিৰাপত্তাৰক্ষীৰ ছ’চিয়েল মিডিয়া একাউণ্ট
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?