• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > তেজপুৰত অনুষ্ঠিত হ’বলগা সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাৰ লাইখুঁটা স্হাপন
Sports

তেজপুৰত অনুষ্ঠিত হ’বলগা সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতাৰ লাইখুঁটা স্হাপন

CliQ INDIA
Last updated: September 13, 2025 9:52 am
CliQ INDIA
Share
4 Min Read
SHARE

-অংশ ল’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

-মাংগলিক পৰিৱেশত মণ্ডপৰ লাইখুঁটা স্হাপন

-১৮৯৬ চনত গ্ৰীচ দেশত আৰম্ভ হোৱা মডাৰ্ন অলিম্পিকত ভাৰোত্তোলন প্ৰতিযোগিতাই স্থান লাভ কৰিছিল

-ভাৰতীয় দলত স্থান লাভ কৰা প্ৰতিযোগীও থাকিব উপস্থিত

শোণিতপুৰ, ১২ ছেপ্টেম্বৰ (হি.স.)।

অহা ১৮ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ হেমবৰুৱা স্মৃতি ভৱন প্ৰাংগনত অনুষ্ঠিত হ’ব লগা ৫৩ সংখ্যক সদৌ অসম ভৰোত্তোলন প্ৰতিযোগিতাৰ আজি এক মাংগলিক পৰিৱেশত লাইখুঁটা স্থাপন কৰা হয় ।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদৌ অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব লগা এই প্ৰতিযোগিতাৰ বাবে আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ তৎপৰতা গ্ৰহণ কৰাৰ মাজতে আজি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়াবিদৰ উপস্থিতিত মূল মণ্ডপৰ লাইখুঁটা স্হাপন কৰা হয় ।

উল্লেখ্য যে, ১৯৭০ চনত জন্ম লাভ কৰা অসম ভাৰোত্তোলন সন্থাই ৫৩ সংখ্যক সদৌ অসম ভৰোত্তোলন প্ৰতিযোগিতা খন তেজপুৰত অনুস্থিত কৰিবৰ বাবে শোণিতপুৰ ভৰোত্তোলন সন্থাক দায়িত্ব অৰ্পণ কৰিছে৷

শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দওক সভাপতি, অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধক্ষ্য পদ্ম হাজৰিকাক মুখ্য উপদেষ্টা হিচাবে লৈ এখন শক্তিশালী কমিটি গঠন কৰা হয়৷

উল্লেখ্য যে, বৰ্তমানলৈকে তেজপুৰত চাৰিবাৰকৈ সদৌ অসম ভাৰোত্তোলন প্ৰতিযোগিতা ২০০৭, ২০১০, ২০১৪ আৰু ২০১৮ চনত জিলা সন্থাৰ উদ্যোগত সফলতাৰে সম্পন্ন কৰিছে৷ ১৮৯৬ চনত গ্ৰীচ দেশত আৰম্ভ হোৱা মডাৰ্ণ অলিম্পিকত ভাৰোত্তোলন প্ৰতিযোগিতাই স্থান লাভ কৰিছিল আৰু বৰ্তমানলৈকে সগৌৰৱে চলি আছে৷

উত্তৰ পূৱৰ পৰা মণিপুৰৰ ভাৰোত্তোলক মীৰা বাই চানুয়ে ২০২০ বৰ্ষত টকিঅ চহৰত অনুস্থিত হোৱা অলিম্পিকত ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ বৰ্তমান অসমৰ কেইবা গৰাকী ভাৰোত্তোলকে ৰাষ্ট্ৰীয় পৰিধি ভাঙি আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত সফলতা অনাটো অসমৰ বাবে আনন্দৰ খবৰ৷

শোণিতপুৰ জিলা ভৰোত্তোলন সন্থাই জিলা খনত ভাৰোত্তোলনৰ প্ৰসাৰতাৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ শিবিৰ আৰু যোৱা ৪২টা বছৰে জিলা ভিত্তিত প্ৰতিযোগিতা পাতি আহিছে৷ শোণিতপুৰ জিলাৰ সকলোবোৰ ঠাইত আৰু দাঁতিকাষৰীয়া জিলাটো ভাৰোত্তোলনৰ প্ৰসাৰতাৰ বাবে সজাগতা সভাৰ আয়োজনৰ কাৰ্য্যসূচি হাতত লোৱা হৈছে৷ এই ক্ষেত্ৰত আশাৰ বতৰা যে তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাব প্ৰাঙ্গণতে নিয়মীয়াকৈ প্ৰশিক্ষণ চলাই নিবৰ বাবে এক ভাৰোত্তোলন একাডেমী স্থাপনৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে হৈ উঠিছে৷ এই কাৰ্য্যৰ বাবে শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই আবন্টন দিয়া ২০লাখ টকাৰ ১০লাখ টকা ইতিমধ্যে মুকলি কৰি দিছে জিলাখনৰ অনুজ ভৰোত্তোলক সকলক আগবঢ়াই নিয়াৰ লক্ষ্যৰে তৎপৰতা গ্ৰহণ কৰা জিলা সন্হাই এই সদৌ অসম ভিত্তিক প্ৰতিযোগিতা সফল কৰিবলৈ দিনে নিশাই শ্ৰম কৰা পৰিলক্ষিত হৈছে ।

মন কৰিবলগীয়া যে, অলপতে গুজৰাটত অনুস্থিত হৈ যোৱা কমলওৱেল্থ ভাৰোত্তোলনত অসমৰ পাঁচ গৰাকী খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভ কৰে আৰু পাঁচ গৰাকী ভাৰোত্তোলকেই স্বৰ্ণ পদক পাবলৈ সক্ষম হয় । পুৰুষৰ ইয়ুথ শাখাৰ ৫৬ কিলোগ্ৰামত ধৰ্মজ্যোতি দেওঘৰীয়াই দুটা অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক, মহিলাৰ ৫৮ কিলোগ্ৰাম শাখাত ভাৱনা গগৈৰ স্বৰ্ণ পদক আৰু পুৰুষৰ ৭১কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰীয়ে তিনিটা অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক লাভ কৰে৷ জুনিয়ৰ বিভাগত ৭১ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক তাভ কৰে হেমন্ত গগৈয়ে আৰু ৭৯ কিলোগ্ৰাম শাখাত বেদব্ৰত ভৰালীয়ে তিনিটা অভিলেখ স্থাপন কৰি স্বৰ্ণ পদক লাভ কৰে৷ কমনওৱেল্থ ভাৰোত্তোতনত এতিয়ালৈকে অসমৰ ভৰোত্তোলকৰ এইয়া সৰ্বোত্তম ফলাফল। আয়োজক সমিতিৰ বাবে গৌৰব যে এই খেলুৱৈ সকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷

আজি অভৰ্থনা সমিতিৰ সদস্য ক্ৰমে পঙ্কজ কুমাৰ বৰা, নাৰায়ণ বৰঠাকুৰ, মৃন্ময় কলিতা বিবোধ ডেকা, দীৱসমণি বৰুৱা, উদয়কৃষ্ণ গোহাঞিবৰুৱা, দুৰ্লভ দাস আদি সদস্যৰ উপস্থিতিত

প্ৰতিযোগিতাখনৰ পেণ্ডেল গঢ়াৰ কাম লাইখুটা স্হাপনেৰে আৰম্ভ কৰে অসমীয়া ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱীয়ে

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ

You Might Also Like

খো খো বিশ্বকাপ ২০২৫ৰ বাবে দিল্লীত উপস্থিত শ্ৰীলংকা আৰু পেৰুৰ দল, আজি আহিব ১৪টা দল | BulletsIn
আই এছ এছ এফৰ বিশ্বকাপ ফাইনেল ২০২৫লৈ ৮গৰাকী ভাৰতীয় শ্বুটাৰৰ যোগ্যতা অৰ্জন
প্ৰতি বছৰে বিশ্ব ফুটবল সপ্তাহ উদযাপন কৰিবলৈ ফিফাৰ প্ৰস্তাৱক ৰাষ্ট্ৰসংঘৰ সমৰ্থন
খেলৰ সময়ত আঘাতৰ বাবে আৰ্চেনালৰ প্ৰাক্তন যুৱ খেলুৱৈ বিলি ভিগাৰৰ মৃত্যু
চেন্নাই চিকেট ক্লাব বনাম মুম্বাই ইন্ডিয়ান্স: আজ চেপাউকত দুই দলের মধ্যে আইপিএল ২০২৬ মুখোমুখি, পয়েন্ট টেবিলে উঠতে লড়াই

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিটিচি নিৰ্বাচন-২০২৫ঃমুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাওৰাগুৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা
Next Article নেপালৰ নৱনিযুক্ত অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীক ভাৰতীয় ৰাষ্ট্ৰদূতৰ সাক্ষাৎ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?