• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ৰ পৰা বাহিৰ কিশোৰ জেনা, যশবীৰ সিঙৰ সুযোগ লাভ
Sports

নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ৰ পৰা বাহিৰ কিশোৰ জেনা, যশবীৰ সিঙৰ সুযোগ লাভ

CliQ INDIA
Last updated: July 1, 2025 1:46 pm
CliQ INDIA
Share
2 Min Read
SHARE

এতিয়া ৫ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব নীৰজ চোপ্ৰা ক্লাছিক

বেংগালুৰু, ০১ জুলাই (হি.স.)। ভাৰতীয় জেভেলিন নিক্ষেপকাৰী কিশোৰ জেনা গোৰোহাৰ আঘাতৰ বাবে নীৰজ চোপ্ৰা ক্লাছিক ২০২৫ৰ পৰা বাহিৰ হৈছে। যশবীৰ সিঙক এতিয়া তেওঁৰ ঠাইত প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে। সোমবাৰে এই তথ্য প্ৰদান কৰে আয়োজকসকলে।

যোৱা বছৰ হাংঝু এছিয়ান গেমছত কেৰিয়াৰৰ শ্ৰেষ্ঠ ৮৭.৫৪ মিটাৰ নিক্ষেপ কৰি কিশোৰ জেনাই নীৰজ চোপ্ৰাৰ পিছতে দ্বিতীয় স্থান দখল কৰিছিল। প্ৰথম পাঁচগৰাকী ভাৰতীয় অংশগ্ৰহণকাৰীৰ ভিতৰত তেওঁ আছিল, ইয়াৰ লগতে শচীন যাদৱ, ৰোহিত যাদৱ আৰু সাহিল ছিলৱালো আছিল।

জেনাৰ অনুপস্থিতিত যশবীৰ সিঙক এতিয়া দলত স্থান দিয়া হৈছে। বৰ্তমান পুৰুষৰ জেভেলিন থ্ৰ’ ৰেংকিঙত যশবীৰে ৪১ নম্বৰ স্থানত আছে আৰু ২০২৫ চনৰ এছিয়ান চেম্পিয়নশ্বিপত (গুমি, কোৰিয়া) ব্যক্তিগত শ্ৰেষ্ঠ ৮২.৫৭ মিটাৰ দলিয়াইছিল।

নীৰজ চোপ্ৰা ক্লাছিকক ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় জেভেলিন নিক্ষেপ প্ৰতিযোগিতা হিচাপে প্ৰচাৰ কৰা হৈছে। নীৰজ চোপ্ৰা, জে এছ ডব্লিউ স্প’ৰ্টছ, এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়া (এ এফ আই) আৰু ৱৰ্ল্ড এথলেটিকছ (ডব্লিউ এ)ৰ সহযোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ই হ’ব ভাৰতত এতিয়ালৈকে অনুষ্ঠিত হোৱা সৰ্বোচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ইভেণ্ট।

নীৰজ চোপ্ৰাৰ লগতে বিশ্বৰ বহু শীৰ্ষ জেভেলিন থ্ৰ’ খেলুৱৈয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত আছে গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছ, দুবাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ থমাছ ৰ’লাৰ আৰু ৰিঅ’ ২০১৬ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কেনিয়াৰ জুলিয়াছ য়েগো।

ইয়াৰ পূৰ্বে এই প্ৰতিযোগিতা ২৪ মে’ত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও নিৰাপত্তাজনিত কাৰণত এতিয়া ইয়াৰ তাৰিখ ৫ জুলাইলৈ পিছুৱাই দিয়া হৈছে। এই খেলখন বেংগালুৰুৰ শ্ৰী কান্তেৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

জাপানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত মধ্যপ্ৰদেশৰ অনুজ্ঞা শৰ্মাৰ ব্ৰঞ্জৰ পদক লাভ
এছিয়া কাপঃ ছুপাৰ অভাৰত শ্ৰীলংকাক পৰাজিত ভাৰতৰ, নিছাংকাৰ শতক অসাৰ
মহিলা হকী ইণ্ডিয়া মাষ্টাৰছ কাপ ২০২৫: ওডিশা আৰু পঞ্জাবৰ ফাইনেলত প্ৰৱেশ
সতেজ প্ৰতিভা সন্ধানৰ সুন্দৰ মঞ্চ খেলো ইণ্ডিয়া
ভাৰতৰ ১ নং মহিলা দবা খেলুৱৈ কনেৰু হাম্পিৰ নৰৱে দবা মহিলা ২০২৫ লৈ প্ৰত্য়াৱৰ্তন | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পৰ্বতঝোৰা সমষ্টিৰ মনি পুৰত বিপিএফৰ যোগদান সভা
Next Article গৌৰীপুৰ বালাজান আৰক্ষীৰ জালত এজন ভূৱা পুলিচ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?