• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > হকী কিংবদন্তিসকলে পঞ্জাব হকী লীগৰ প্ৰশংসা কৰে, কয়- আমাৰ সময়ত পিএইচএল হ’লে কেৰিয়াৰ বৃদ্ধি পালেহেঁতেন
Sports

হকী কিংবদন্তিসকলে পঞ্জাব হকী লীগৰ প্ৰশংসা কৰে, কয়- আমাৰ সময়ত পিএইচএল হ’লে কেৰিয়াৰ বৃদ্ধি পালেহেঁতেন

CliQ INDIA
Last updated: September 13, 2025 7:07 pm
CliQ INDIA
Share
4 Min Read
SHARE

মোহালী, ১৩ ছেপ্টেম্বৰ (হি.স.)। ৰাউণ্ডগ্লাছ আৰু হকী পঞ্জাবে যৌথভাৱে আয়োজন কৰা পঞ্জাৱ হকী লীগে ভাৰতৰ হকী মহান খেলুৱৈসকলৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে। তেওঁলোকৰ মতে এই লীগে দেশৰ এই ক্ৰীড়াৰ ভৱিষ্যত সলনি কৰি আছে। ভাৰতৰ জুনিয়ৰ হকীৰ বাবে এতিয়ালৈকে সৰ্ববৃহৎ ৩০ লাখ টকাৰ পুৰস্কাৰ ধন আৰু দেশৰ বিভিন্ন প্ৰান্তৰ দলৰ অংশগ্ৰহণেৰে পিএইচএলে তৃণমূল পৰ্যায়ৰ উন্নয়নৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।

ভাৰতৰ প্ৰাক্তন ফৰৱাৰ্ড তথা অৰ্জুন বঁটা বিজয়ী প্ৰভজোৎ সিঙে আয়োজকসকলে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত প্ৰতিযোগিতাখনৰ পৰিসৰ আৰু দৃষ্টিভংগীৰ প্ৰশংসা কৰি ইয়াক “যুৱ-যুৱতীসকলৰ বাবে আটাইতকৈ ডাঙৰ মঞ্চ” বুলি অভিহিত কৰে। তেওঁ কয়, ৰাউণ্ডগ্লাছ আৰু হকী পঞ্জাবে আৰম্ভ কৰা এই লীগখন এক ডাঙৰ পদক্ষেপ। এনে লীগ হ’লে সকলো জুনিয়ৰে সুযোগ পায়। লগতে ইয়াত ৩০ লাখ টকাৰ বিশাল পুৰস্কাৰ ধন আছে। খেলুৱৈসকলে ডাঙৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱাৰ এক সুন্দৰ মঞ্চ।”

২০০১ চনৰ জুনিয়ৰ হকী বিশ্বকাপ বিজয়ী তথা দুবাৰকৈ এছিয়া কাপ বিজয়ী প্ৰভজোতে কয় যে প্ৰতি বছৰে অনুষ্ঠিত হৈ থকা লীগে যুৱক-যুৱতীসকলক স্পষ্টতা আৰু প্ৰেৰণা প্ৰদান কৰে।

তেওঁ কয়, পূৰ্বৰ খেলুৱৈসকলে নাজানিছিল কোনখন প্ৰতিযোগিতা খেলিব। এতিয়া এই লীগৰ সৈতে তেওঁলোকে জানে যে প্ৰতি বছৰে এনেকুৱা হয়। গতিকে তেওঁলোকে ইয়াৰ বাবে প্ৰস্তুতি চলায়। তেওঁলোকে ইয়াত নিজৰ শ্ৰেষ্ঠখিনি দিব বিচাৰে যাতে ই তেওঁলোকক চিনিয়ৰ শিবিৰত নিৰ্বাচিত হোৱাৰ সুযোগ দিব পাৰে।”

আনকি প্ৰভজোতে কয় যে তেওঁৰ সময়ত যদি এনে এখন লীগ থাকিলহেঁতেন তেন্তে খেলুৱৈসকলৰ কেৰিয়াৰ বহু বছৰ বৃদ্ধি পালেহেঁতেন।

হকী কিংবদন্তি বলজিৎ সিঙে কয় যে এই পদক্ষেপৰ প্ৰভাৱ পঞ্জাৱৰ বাহিৰতো দেখা যাব।

তেওঁ কয়, এয়া এক বৃহৎ পদক্ষেপ। ই ভাৰতীয় হকিক এক বুষ্ট দিব। পঞ্জাৱৰ হকী সদায় চহকী হৈ আহিছে আৰু এতিয়া আন ৰাজ্যসমূহেও আমাৰ হকী সংস্কৃতিৰ পৰা লাভৱান হ’ব পাৰে। এনে পদক্ষেপে নিয়মীয়াকৈ সমৰ্থন লাভ কৰিব লাগে যাতে ভাৰতে ভাল খেলুৱৈ লাভ কৰি থাকে।

বলজিতে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ আৰু ইয়াৰ পৰা লাভ কৰা অভিজ্ঞতা গুৰুত্বপূৰ্ণ।

তেওঁ কয়, ‘আমি সাধাৰণতে এই স্তৰৰ বয়সৰ গোটৰ প্ৰতিযোগিতা দেখা নাপাওঁ।ইয়াত জুনিয়ৰ খেলুৱৈসকলে হকী ইণ্ডিয়া লীগত দেখাৰ দৰে একে স্তৰৰ হকী খেলি আছে, যিটো এটা ডাঙৰ কথা।এই খেলুৱৈসকলে যেতিয়া এইচ আই এল আৰু বিশ্বৰ অন্যান্য প্ৰতিযোগিতালৈ যাব তেতিয়া তেওঁলোকে অনুভৱ কৰিব যে তেওঁলোক ইতিমধ্যে চাপৰ পৰিস্থিতিৰ লগত অভ্যস্ত হৈ পৰিছে।

ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাজপাল সিঙে ৰাউণ্ডগ্লাছৰ প্ৰশংসা কৰি কয় যে তেওঁলোকে প্ৰতিটো ছিজনতে এই স্তৰ বৃদ্ধি কৰি আহিছে।

তেওঁ কয়, ‘এইটো এটা অতি ভাল পদক্ষেপ।সকলো ক্ৰেডিট ৰাউণ্ডগ্লাছলৈ যায়।তেওঁলোকে হকীৰ প্ৰচাৰৰ দায়িত্ব লৈছে আৰু যোৱা ছিজনৰ পৰা এইবাৰলৈকে স্তৰ উন্নত কৰাৰ কৃতিত্ব তেওঁলোকৰ হাতত।”

অৰ্জুন বঁটাপ্ৰাপক ৰাজপালে পুৰস্কাৰ ধন আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব দুয়োটাৰে গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

হকী ইণ্ডিয়াৰ স্বীকৃতি আৰু নিত্য বৃদ্ধি পোৱা সুনামৰ ফলত পঞ্জাৱ হকী লীগক এতিয়া জুনিয়ৰসকলৰ বাবে বিশ্ব পৰ্যায়ত উপনীত হোৱাৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে গণ্য কৰা হৈছে।

মঙলবাৰে (৯ ছেপ্টেম্বৰ) পঞ্জাৱ হকী লীগ ২০২৫ৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰে আৰু ডিফেণ্ডিং চেম্পিয়ন ৰাউণ্ডগ্লাছ হকী একাডেমীয়ে ২০ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। সাতখন মেচতে জয়লাভ কৰি ক্লিন ছুইপ কৰে। ১৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ, সোণেপাট (এছ এ আই, এন চি অ’ ই, সোণেপাট)। ১৫ ছেপ্টেম্বৰৰ পৰা জলন্ধৰত লীগৰ দ্বিতীয় পৰ্যায়ৰ খেল আৰম্ভ হ’ব

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী

You Might Also Like

আই এল টি ২০: এম আই এমিৰেটছত টিম ডেভিদৰ যোগদান
নিউজিলেণ্ড ভ্ৰমণৰ পৰা বাহিৰ মেক্সৱেল, ফিলিপেৰ সুযোগ লাভ
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ বাৰ্নাৰ্ড জুলিয়েনৰ ৭৫ বছৰ বয়সত মৃত্যু
ছিলছৰ প্ৰচেষ্টা আৰু কিঙৰ ৭৫ ৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজে চাপত পেলাইছে অষ্ট্ৰেলিয়াক
ইউ এছ অ’পেনত প্ৰথম ৰাউণ্ডত পৰাজয়ৰ পিছত টেনিছৰ পৰা দুবাৰৰ উইম্বলডন চেম্পিয়ন পেট্ৰা ক্ৰিটোভাৰ অৱসৰ গ্ৰহণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্ৰীভূমিত বোৰ্খা পিন্ধি প্ৰেমিকাক লগ কৰিবলৈ আহি বিপদত পৰিল প্ৰেমিক
Next Article প্ৰথম দিনাৰ উপাৰ্জনৰ তথ্য প্ৰকাশ পাইছে ‘মিৰায়’ ছবিখনৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?